ASSAM TIMES POST
বনানী শৰ্মাঃ শনিবাৰৰ পৰা পাঁচ দিনীয়াকৈ কামাখ্যা মন্দিৰত নাগ পঞ্চমী পূজাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি নাগ পঞ্চমী পূজা অনুষ্ঠিত কৰি অহা হৈছে কামাখ্যা মন্দিৰত য’ত সমাগম হয় হাজাৰ হাজাৰ ভক্তৰ। এইবাৰো শনিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া নাগ পঞ্চমী পূজাত অগণন ভক্তৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে।













