ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ধৰ্ষণৰ মিছা অভিযোগত গ্ৰেপ্তাৰ : ১৫ লাখৰ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 22, 2020
Reading Time: 1 min read
A A
0
ধৰ্ষণৰ মিছা অভিযোগত গ্ৰেপ্তাৰ : ১৫ লাখৰ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নিউজ ডেক্স:

ধর্ষণৰ মিছা গোচৰত অভিযুক্ত এজন ব্যক্তিক ১৫ লাখ টকা ক্ষতিপূৰণৰ নির্দেশ দিলে আদালতে। সাত বছৰ আগতে চেন্নাইৰ এই ঘটনাত নির্দোষী সাব্যস্ত হোৱাৰ পিছত  সন্তোষ  নামৰ ব্যক্তিজনে ক্ষতিপূৰণ বিচাৰি গোচৰ ৰুজু কৰিছিল। তাৰ ফলতেই শনিবাৰে এই ৰায় দিয়ে আদালতে।

ধর্ষণৰ মিছা অভিযোগ দাখিলৰ সময়ত সন্তোষ ইঞ্জিনিয়াৰিং কলেজৰ ছাত্র আছিলে। অভিযোগকাৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষী আৰু আদালতক জনাইছিল, সন্তোষে ধর্ষণ কৰাৰ ফলতেই তেওঁ অন্তঃসত্ত্বা হৈছিল। এটা সন্তানো জন্ম দিয়ে অভিযোগকাৰীয়ে।

২০০৯ চনৰ শেষৰ ফালে এই ঘটনাত অভিযোগ দাখিলৰ পিছতেই আৰক্ষীয়ে সন্তোষক গ্ৰেপ্তাৰ কৰিছিল। ৯৫ দিন পিছত ২০১০ৰ ফেব্রুৱাৰীত তেওঁ জামিনত মুক্তি পায়। ছেক্রেটাৰিয়েট কলনি থানাৰ তদন্তকাৰী আৰক্ষী অধীক্ষকেও চার্জশিটত সন্তোষক ‘দোষী’ বুলি চিহ্নিত কৰে। কিন্তু ডিএনএ পৰীক্ষাত জনা যায়, অভিযুক্ত সন্তোষ সেই সন্তানৰ পিতা নহয়।

ডিএনএ পৰীক্ষাৰ ৰিপোর্ট পোৱাৰ পিছত ২০১৬ চনত চেন্নাইৰ মহিলা আদালতে ধর্ষণৰ মিছা গোচৰৰ পৰা সন্তোষকে মুক্তি দিয়ে। কিন্তু তেতিয়ালৈকে সাত বছৰ পাৰ হৈ গৈছেছে। সন্তোষে আদালতত মানহানি আৰু ক্ষতিপূৰণৰ গোচৰ ৰুজু কৰে। জনায়, ধর্ষণৰ গোচৰত অভিযুক্ত হোৱাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনৰ ক্ষতি হৈছে। নষ্ট হৈছে কেৰিয়াৰ। নিজকে আদালতত নির্দোষী সাব্যস্ত কৰিবলৈ প্রায় ২ লাখ টকা খৰচ হৈ গৈছে। ইয়াৰ বাবে মুঠ ৩০ লাখ টকা ক্ষতিপূৰণ বিচাৰি গোচৰ ৰুজু কৰে তেওঁ।

চেন্নাইৰ এখন আদালতে সন্তোষক ১৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ ৰায় ঘোষণা কৰি জনাইছে, অভিযোগকাৰী, তেওঁৰ পৰিয়াল আৰু ছেক্রেটাৰিয়েট কলনি থানাৰ তদন্তকাৰী আৰক্ষী অধীক্ষকৰ পৰা এই টকা আদায় কৰা হ’ব।

Tags: featured3
Share4Tweet3Send

Related Posts

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
ADVERTISEMENT
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT