ষ্টাফ ৰিপ’ৰ্টাৰ:
শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ তালিকা প্ৰকাশ কৰিছে। ৫ খন জিলাৰ ৩৫ খন আসনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে আনহাতে মৰিগাওঁ জিলাৰ ১৯ খন আসনত বিজেপিৰ প্ৰাৰ্থী সকলে প্ৰতিদ্বন্দিতা কৰিব।
https://www.facebook.com/PoliticianKarbiAnglong/videos/657446621614527/
জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্ম, বৰংগৰী সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দেউৰী, ভূৰবান্ধা সমষ্টিৰ বিনয় কোঁৱৰ, কোঁৱৰগাওঁ সমষ্টিৰ জীৱন চন্দ্ৰ কোঁৱৰ ঢেকীয়াপহলা সমষ্টিৰ বীনাপানি বৰদলৈ , মনিপুৰ সমষ্টিৰ আইমনি পাটৰ, গড়মাৰি সমষ্টিৰ মৰমী বৰদলৈ,ঘগুৱা সমষ্টিৰ মিহিৰাম বৰদলৈ, ডামাল সমষ্টিৰ পৱন মান্তা, তেতেলীয়া সমষ্টিৰ খগেন চন্দ্ৰ বৰদলৈ, জোনবিল সমষ্টিৰ বিনিতা দৈমাৰী, ন খোলা সমষ্টিৰ তুলসী বৰদলৈ,
নিলেই খোলা সমষ্টিৰ জীৱন কোঁৱৰ, গোভা সমষ্টিত মনি পাটৰ, বিহুবৰী সমষ্টিৰ পীতাম্বৰ বৰদলৈ, শলমাৰা সমষ্টিৰ নয়নমনি দেউৰী, ভোমোৰাগুৰি সমষ্টিৰ দেৱকান্ত বৰদলৈ , বৰপূজিয়া সমষ্টিৰ কমল বৰদলৈ আৰু জৰাবাৰী সমষ্টিৰ গীতামনি কলিতাই বিজেপি দলৰ হৈ প্ৰতিদন্দ্বিতা কৰিব।













