নিউজ ডেক্স:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৬০ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৫৮৪৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৪৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আক্ৰান্তৰ হাৰ ০.৫৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৩২০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২৭২গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৮০৬৫ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৯৯শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৮০গৰাকীলৈ বৃদ্ধি পালে।
🙁 1⃣4⃣9⃣ Cases detected out of 25844 tests conducted with positivity rate of 0.58%
Kamrup Metro- 45
🙂 1⃣6⃣0⃣ patients discharged today
↗️Total cases- 212320
▶️ Recovered- 97.99%
▶️ Active cases- 1.54%
▶️ Deaths- 0.46%8:10 PM/Nov 27 pic.twitter.com/FLWW0yduAR
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 27, 2020