ষ্টাফ ৰিপ’ৰ্টাৰ:
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বাওঁ খুংৰী পৰিষদীয় সমষ্টিত ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দুষ্কৃতিকাৰীয়ে ভাঙিলে নেতাগৰাকীৰ বাহন।
দ্বিতীয়া পৰ্যায়ৰ নিৰ্বাচনৰ প্রাকমুহূৰ্তত পুনৰ উত্তপ্ত বড়োভূমিৰ ৰাজনীতি।ইয়াৰ উপৰিও, মঙলবাৰে নিশা দুষ্কৃতিকাৰীৰ আক্রমণৰ বলি হৈছিল সাংসদ নৱ শৰণীয়াও।













