ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৫ম কাজিৰ ৰংহংপী টেলেণ্ট হাণ্ট ছ’চাইটীৰ ফাইনেল ৰাউণ্ডৰ সফল সমাপ্তি

মিছেছ, মিছ, মিষ্টাৰ আৰু কিডছৰ খিতাপ ক্ৰমে, ৰুমিৰ ইংতিপী, ৰূপালী টিচ'পী, বিজয় তিমুঙ আৰু অঞ্জলী হাচামজাৰ মূৰত

News Desk by News Desk
December 22, 2020
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : ৰবিবাৰে নিশা পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত সফল সমাপ্তি হয় ৫ম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ’চাইটিৰ ফাইনেল অডিচনৰ ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহঙৰ প্ৰয়াত মাতৃ কাছে টেৰণপীৰ সোঁৱৰণি প্ৰাইজমনি মিছেছ, মিছ আৰু কিডছ কাৰবি আংলং আৰু পৰিষদৰ ইএম লুণছিং টেৰণৰ স্প’নচৰত অনুষ্ঠিত মিষ্টাৰ কাৰবি আংলং প্ৰতিযোগীতাত প্ৰতিযোগী সকলে উৎকৃষ্ট প্ৰদৰ্শনেৰ উপস্থিত দৰ্শকক আপ্লুত কৰে ৷ চাৰিটা কেটেগৰিত অনুষ্ঠিত ফাইনেল অডিছনত ক্ৰমে, মিষ্টাৰ 25, মিছেছ 10, মিছ 25 আৰু কিডছৰ 25 জনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

missP | ASSAM TIMES POST

ইয়াৰ মিছ কাৰবি আংলঙৰ বিজয়ীৰ মুকুট পিন্ধে ৰূপালী টিচ’পীয়ে বিজেতা ক্ৰমে, মিৰলিন টেৰণপী আৰু এলিচ টেৰণপী, শ্ৰেষ্ঠ বুদ্ধিমতীৰ ৰাউণ্ড ৰাচিংজা ৰূপালী কাথাৰপী, মিষ্টাৰ কাৰবি আংলঙৰ বিজয়ী বিজয় তিমুঙ, বিজেতা ক্ৰমে, আংথিক ইংতি আৰু মাচুম থাউচেন, শ্ৰেষ্ঠ বুদ্ধিমত্তা মনোজ ইংতি, বেষ্ট ফটোজেনিক আংথিক ইংতি, বেষ্ট কেটৱাক ৱাইচং তেৰাঙ , মিছেছ কাৰবি আংলঙৰ বিজয়ী ৰূমিৰ ইংতিপী, বিজেতা ক্ৰমে, ৰূপালী টেৰণপী আৰু ৰশ্মিতা ইংতিপী ৷

missP1 | ASSAM TIMES POST

শ্ৰেষ্ঠ বুদ্ধিমতী ৰাউণ্ডৰ বিজয়ী বাচাপী বে’পী, শ্ৰেষ্ঠ ফটোজেনিক খিতাপ ৰুমিৰ ইংতিপী আৰু শ্ৰেষ্ঠ কেটৱাক বিজয়ী বাচাপী বে’পীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ কিডছৰ বিজয়ী অঞ্জলী হাছামছা, বিজেতা ক্ৰমে, ৰূপজিলীন বে’পী, আৰু দেৰাপী, শ্ৰেষ্ঠ বুদ্ধিমত্তাৰ ক্লাৰজিৰ কাথাৰপী, শ্ৰেষ্ঠ ফটোজেনিক ৰূপজিলিন বে’পী, শ্ৰেষ্ঠ কেটৱাক বিজয়ী লেচলী দাওলা গুপু, ফাইনেল অডিচনৰ বিচাৰক মণ্ডলী হিচাপে থাকে ফেছন কৰিঅ’গ্ৰাফী, বিদ্যুত নাথ, কাথাৰচন ইংতি আৰু ক্লাৰলিন টকবীপী ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx