ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাড়ালৈ গৈ গাড়ীসহ নিখোজ ডিফুৰ যুৱ চালক

News Desk by News Desk
January 7, 2021
Reading Time: 1min read
0
ভাড়ালৈ গৈ গাড়ীসহ নিখোজ ডিফুৰ যুৱ চালক


ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

ডিফু : ডিফুৰ পৰা নগাঁও জিলালৈ গাড়ী ভাড়ালৈ গৈ ঘুৰি নাহিল ডিফুৰ যুৱ চালক ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ৩ জানুৱাৰীত ডিফু ট্ৰাক ষ্টেণ্ডৰ পৰা আফজল আলিৰ সৈতে ডিফু গাৰোৱান পট্টিৰ পৰা ঘৰৰ মাল-বস্তুলৈ হোজাই জিলাৰ যমুনামুখ যোৱাৰ ভাড়াত চুক্তিবদ্ধ হয় ৷ সেই মৰ্মে ডিফুৰ পৰা দুপৰীয়াৰ ভাগত চালক আফজল আলিয়ে নিজৰ AS02 CC 2604 TATA YUDHA খনত ভাড়াৰ বয়-বস্তু বোজাই কৰি যমুনামুখলৈ গৈ গাড়ীখালী কৰি আন এটা ভাড়া মাৰিবৰ বাবে নগাওঁলৈ যায় ৷ নিশা প্ৰায় ৮ মান বজাত চালক আফজল আলিয়ে ডিফুত থকা শেষ কথোপকথনত তেওঁৰ অহা কিছু পলম হ’ব বুলি জনায় ৷


ইয়াৰ পিছৰ পৰাই আফজল আলিৰ মোবাইল ছুইছঅফ হৈ যায় ৷ আজি ৫ দিন অতিবাহিত হোৱাৰ পিছতো চালক আফজলৰ লগতে গাড়ীখন সন্ধানহীন পৰিছে ৷ ইফালে আফজলৰ পৰিয়ালৰ লোকৰ মাজত আফজলক লৈ হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত আফজলৰ পৰিয়ালৰ লোকে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ এইলৈ কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে সংশ্লিষ্ট তদন্তকাৰী আৰক্ষীক উচিত তদন্তৰ জৰিয়তে আফজলৰ সন্ধান উলিয়াবলৈ অনুৰোধ কৰিছে ৷
উল্লেখযোগ্য যে নিৰিহ চালকক পূৰ্বে বহুবাৰ এনেদৰে ভাড়ালৈ নি দুষ্কৃতিকাৰীয়ে হত্যা কৰি গাড়ীলৈ উধাও হোৱা বহু নজিৰ আছে৷

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share31Tweet20Send
News Desk

News Desk

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
82
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
71
covid-19 widget
506664
Total views : 1872437
Who's Online : 10
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: