ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অচিন ৰোগত ডকমকাৰ সাংবাদিক লংকিৰাম টেৰণ

উন্নত চিকিৎসাৰ বাবে ৰাইজলৈ সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান

News Desk by News Desk
January 11, 2021
Reading Time: 1 min read
A A
0
অচিন ৰোগত ডকমকাৰ সাংবাদিক লংকিৰাম টেৰণ

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফু : এক অচিন ৰোগত আক্রান্ত হৈ সম্প্রতি অতি গুৰুতৰভাৱে অসুস্থ হৈ যোৱা কেইবামাহ ধৰি নিজ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে কাবি আংলং জিলাৰ ডকমকাৰ যুব সাংবাদিক লংকিৰাম টেৰণ (৪৬)।

উল্লেখযোগ্য যে, বিগত প্রায় কুৰি বছৰ কাল সাংবাদিকতা বৃত্তিৰ সৈতে সক্রিয়ভাৱে জড়িত হৈ থকা সুস্বাস্থ্যৱান যুৱ সাংবাদিকগৰাকী যোৱা আগষ্টৰ পৰা কেতবোৰ সৰু সুৰা ৰোগত আক্রান্ত হয়। ইয়াৰ পিছতে যোৱা ছেপ্টেম্বৰ মাহৰ শেষৰ পবা সাংবাদিকগৰাকীৰ দুয়োটা ভৰিৰ সংবেদনহীন হৈ পৰে। ইয়াৰ ফলত যুৱকগৰাকী থিয় হোৱাৰ লগতে খোজকাট়িবলৈও অসমর্থ হৈ পৰে। ইফালে, ৰোগত আক্রান্ত হোৱাৰ পিছৰে পৰা লংকিৰাম টেৰণে ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা আদি কৰি গুৱাহাটীৰ প্রতিষ্ঠিত চিকিৎসা প্রতিষ্ঠানত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা গ্রহণ কৰাৰ পিছতো স্বাস্থ্যৰ অৱস্থাৰ কোনো উন্নতি হোৱা পৰিলক্ষিত নহ’ল। ফলত যোৱা কেইবামাহ ধৰি নিজ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে সাংবাদিকগৰাকী।

diphuP0 1 | ASSAM TIMES POST

ইফালে, ৰোগৰ চিকিৎসাৰ নামত ইতিমধ্যে বুজন অংকৰ ধন ভাঙিও সুফল লাভ কৰিবলৈ সক্ষম নোহোৱা সাংবাদিকগৰাকীয়ে চিকিৎসা ব্যয়ৰ জোৰা মাৰিবলৈ গৈ খেতিৰ মাটি, ভঁৰালৰ ধান, পোহনীয়া গৰু-ছাগলী সকলো বিক্রী কৰি সর্বস্বান্ত হোৱাৰ ফলত চিকিৎসাৰ খৰচৰ জোৰা মাৰিবলৈ গৈ বৃহৎ প্রত্যাহানৰ সন্মুখীন হ’বলগীয়া হৈছে। কেৱল ইমানেই নহয় এগৰাকী সাত বছবীয়া কন্যাৰ লগতে পত্নীসহ পৰিয়াল পোহপালৰ ক্ষেত্রতো সমস্যৰ সম্মুখীন হৈছে সাংবাদিকগৰাকী। সম্প্রতি ডকমকাৰ পূর্বৰ পিতৃৰ ঘৰৰ পিছফালে পৰিত্যক্ত ধাননি পথাৰত দুডাল বাঁহেৰে নির্মাণ কৰি দিয়া ৰেম্পৰ সহায়ত খোজকঢ়াৰ অনুশীলন কৰিবলৈ চেষ্টা অব্যাহত থকা সাংবাদিক টেৰণে সু-চিকিৎসাৰ অভাৱত ভীষণ হতাশাত ভুগিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে, জীবনৰ এক গুৰুত্বপূর্ণ সময় সংবাদসেৱাৰ জৰিয়তে জনতাৰ দুখ-দুর্দশাৰ কাহিনী লোকচক্ষুৰ সন্মুখলৈ কট়িয়াই অনা এগৰাকী সাংবাদিকে নিজৰ প্রয়োজনীয় চিকিৎসাধ ব্যয়ৰ বাবে এনেদৰে হাহাকাৰ কৰিবলগীয়া হোৱা পৰিস্থিতি বাৰুকৈয়ে গুৰুত্বপূর্ণ বিবেচিত হৈছে। উন্নত চিকিৎসাৰ বাবে বহিঃবাজ্যলৈ চিকিৎসাৰ বাবে যোৱাৰ নিতান্তই প্রয়োজন হোৱাৰ পিছতো একমাত্র অর্থনৈতিক দুৰবস্থাৰ বাবে থমকি ৰ’বলগীয়া হৈছে সাংবাদিকগৰাকী। সেয়েহে সাংবাদিকগৰাকীয়ে এনে এক দুর্যোগৰ মুহূর্তত যথাসম্ভব সহায়ৰ হাত আগবঢ়োৱাৰ বাবে চৰকাৰৰ লগতে সকলো ৰাইজকে আহব্বান জনাইছে। সাংবাদিকগৰাকীক কোনো ব্যক্তিয়ে এইক্ষেত্রত সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ইউকো বেংকৰ ডকমকা শাখাৰ একাউন্ট নম্বৰ ১৪৫৬০১১০০৭৬১৬৩ (আই এফ এছ চি ক’ড-ইউ চি বি এ ০০০১৪৫৬) যোগে আর্থিক সাহায্য আগবঢ়াব পাৰিব। সাংবাদিক লংকিৰাম টেৰণৰ মোবাইল নম্বৰ ৬০০১৮৯৫৭৪৩।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx