ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা সপ্তাহ উপলক্ষে বাইক ৰেলী

News Desk by News Desk
January 20, 2021
Reading Time: 1 min read
A A
0
ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা সপ্তাহ উপলক্ষে বাইক ৰেলী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ছাইদুল ইছলাম

ডিফু : সমগ্ৰ ভাৰতৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা সপ্তাহ ২০২১ পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ এই উপলক্ষে আজি জিলা পৰিবহন বিভাগ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত ডিফু ক্লাৱত পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰা হয় ৷ আৰম্ভনি কাৰ্যসূচী হিচাপে আজি পুৱাৰ ভাগত “বুলছ অফ আছাম”ৰ জৰিয়তে ডিফুৰ পৰা মাঞ্জালৈ মটৰ চাইকেল ৰেলী উলিয়ায় ৷ জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ আৰু এমভিআই হৰিমোহন শইকীয়া আৰু এনফৰ্চমেণ্ট বিষয়া সকলৰ উদ্যোগত জিলা অতিৰিক্ত আৰক্ষী বিষয়া ইন্দ্ৰনীল বৰুৱাই বাইক ৰেলীৰ ফ্লেগ অফ কৰি পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে ৷ এই সন্দৰ্ভত জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদ মাধ্যমক সম্বোধন কৰি কয়যে, ভাৰতৰ পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে “পথ সুৰক্ষাই জীৱন সুৰক্ষা”ক থীম হিচাপে লৈ মাহজোৰা পথ সুৰক্ষা কাৰ্যসূচী পালন কৰা হব, লগতে সমাজৰ সৰ্বস্তৰতে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা গঢ়ি তোলা হ’ব বুলি জনায় ৷

RALY1 | ASSAM TIMES POST

ইয়াৰোপৰি সৰ্বস্তৰৰ সজাগতাৰ বাবে অংগনৱাড়ী কৰ্মী সকলকো নিয়োগ কৰা হ’ব বুলি মন্তব্য কৰে ৷ পৰিবহন বিষয়াগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে কৰ’না মহামাৰীৰ মাজতে ২০২০ ইংৰাজী বৰ্ষটোত পাহাৰীয়া জিলাখনত মুঠ ৮৫টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে ৫৩ জনলোকে প্ৰাণ হেৰুৱাৰ লগতে ৪৯ লোক আহত হয় ৷ এনে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে মটৰ চাইকেল আৰোহীসকলৰ বাবে হেলমেট অতি জৰুৰী বুলি জনায় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx