![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
প্ৰায় এপষেক ধৰি সন্ধান নাই দীপ শীল (১৭) নামৰ কিশোৰটিৰ। ১৫ জানুৱাৰীত লংকা বজাৰৰ পৰা ঘৰলৈ আহি থকাৰ পথত নিৰুদ্দেশ হয় দীপ। নিৰুদ্দেশ সংক্ৰান্তত পৰিয়ালবৰ্গই লংকা থানাত দাখিল কৰিছে এজাহাৰ। কোনো লোকে নিৰুদ্দিষ্ট কিশোৰটিৰ সন্ধান পালে 6001746262 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।












