![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলা লংকাৰ উদালী ৭নং জাৰুণি গাঁৱৰ মাহমুদ আলিৰ ১৯ বছৰীয়া পুত্ৰ আলি আহমেদ যোৱা কালিৰ পৰা নিৰুদেশ হৈ আছে। কিন্তু আলি আহমেদ বোবা হোৱাৰ হেতুকে সমস্যাত পৰিছে পৰিয়ালটো। এই বিকলাংগ যুৱকজনৰ নিৰুদেশ হোৱাৰ পৰাই পৰিয়ালৰ লোকে বহুতো বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে সক্ষম হোৱা নাই পৰিয়ালৰ লোকে।
সেয়ে উপায়ন্তৰ হৈ স্থানীয় আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ কাষ চপাৰ লগতে যদি কোনো সদাশয় লোকে যুৱকজনৰ সম্ভেদ লাভ কৰে তলৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। যোগাযোগৰ নম্বৰ : ৭৮৯৬০৪৫৭৫০, ৮০১১২৬২৯০৫












