![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকীৰ ডেৰাপথাৰ ডালু গাঁৱৰ অজিত ডালুৰ 25 বছৰীয়া পুত্ৰ সুশান্ত ডালু নিখোজ৷ কামপুৰৰ দুই ভাতৃৰ লগত লগত 2020 চনৰ অক্টোবৰ মাহত কামৰ সন্ধানত গৈছিল উত্তৰাখণ্ডলৈ ৷ কালিৰ পৰা যোগাযোগ নাই পৰিয়ালৰ সৈতে যোগাযোগ ৷
কালি পুৱা 7 বজাৰ পিছৰ পৰা ফোনটো বন্ধ পোৱা গৈছে সুশান্ত ডালুৰ৷ মেধাৱী শিক্ষিত যুৱকজনৰ নিখোজৰ খবৰে শোকাকুল পৰিয়াল আৰু গাঁওবাসী ৷












