ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত বলিদান দিৱসঃ ‘জয় গোৰ্খা’ ধ্বনিৰে মুখৰিত ডিফু ক্লাব

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 1 min read
A A
0
ডিফুত বলিদান দিৱসঃ ‘জয় গোৰ্খা’ ধ্বনিৰে মুখৰিত ডিফু ক্লাব

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ছাইদুল ইছলাম, ডিফুঃ দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফু ক্লাবত অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত গোৰ্খা বীৰ যোদ্ধা তথা প্ৰথম শ্বহীদ দুৰ্গা মল্লৰ সোঁৱৰণত ৭৫ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে আগছু-এজিএছৰ সভাপতিদ্বয়ে৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পণ অনুষ্ঠিত হয়৷

বিয়লি ১ বজাত মুকলি সভাত পৌৰহিত্য কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি সুৰজ ছেত্ৰীয়ে৷ মুকলি সভাৰ পূৰ্বে শ্বহীদ দুৰ্গা মল্লৰ প্ৰতিকৃতিত বিশিষ্ট অতিথিসকলে মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গোৰ্খা সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, আগছুৰ সভাপতি প্ৰেম তামাং, সম্মানীয় অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণ, বিভিন্ন সংগঠনৰ সভাপতি-সম্পাদকসকল আৰু গোৰ্খা জনগোষ্ঠীয় গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

সভাত বক্তাসকলে গোৰ্খাসকলৰ প্ৰথম শ্বহীদ বীৰ যোদ্ধা দুৰ্গা মল্লৰ ত্যাগ আৰু স্বাধীনতাৰ বাবে দিয়া বলিদানৰ লগতে তেওঁৰ জীৱন-আদৰ্শৰ ওপৰত চমু আলোকপাত কৰে৷ আনহাতে আগছুৰ সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ লিম্বুয়ে কয় যে গোৰ্খা সকল সাহসী জাতি আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে সকলো উজাৰি দিয়াৰ বিপৰীতে উচিত সম্মান লাভ কৰা নাই৷ আনহাতে কাৰ্বি আংলং জিলাৰ ডিফুত বীৰ যোদ্ধা শ্বহীদ দুৰ্গা মল্লৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ বাবে গোৰ্খা ৰাইজে কৰা অনুৰোধ বিবেচনা কৰা হব বুলি ভাষণত কয় ইএম ৰতন টেৰণে৷

https://youtu.be/bELgqOGY_Pc

লগত ৰতন টেৰণে গোৰ্খাসকলৰ লগত থকা তেওঁৰ নিকট সম্পৰ্কৰ কথাও উল্লেখ কৰে৷ আছুৰ কাৰ্বি আংলং জিলাৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই অসম তথা কাৰ্বি আংলঙৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো দল-সংগঠনক ঐক্যবদ্ধ ভাৱে অগ্ৰসৰ হ’বলৈ আহ্বান জনাই আৰু এথন বিদেশীমুক্ত শুদ্ধ এনআৰচি প্ৰকাশ পোৱাৰ কামনা কৰে৷ আগছুৰ উপসভাপতি সুনীল ছেত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে গোৰ্খাসকল অসমত ন্যায় ব্যৱস্থাৰ পৰা পদে-পদে বঞ্চিত হৈ আছে৷ এনআৰচিৰ বাবে গোৰ্খাসকলে মানসিক চাপত ভোগাৰ প্ৰয়োজন নাই, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যিকোনো প্ৰকাৰে নাম সোমোৱাৰ ব্যৱস্থা কৰিব৷ ইতিমধ্যে অসম চৰকাৰে এনআৰচিৰ বাবে গোৰ্খা সকলে চিন্তা কৰিব নালাগে বুলি প্ৰতিশ্ৰুতি দি থৈছে, প্ৰতিশ্ৰুতি ৰক্ষাত চৰকাৰ ব্যৰ্থ হলে চৰকাৰক বিশ্বাসঘাতক আখ্যা দি প্ৰতিদান দিবলৈ বাধ্য থাকিব গোৰ্খা সকল৷

আনহাতে মুখ্য অতিথিৰ ভাষণত তেজপুৰৰ প্ৰাক্তন সাংসদ তথা অসম গোৰ্খা সন্মিলনৰ সভাপতি আৰপি শৰ্মাই সাংবাদিকৰ আগত কয় যে চূড়ান্ত এনআৰচিৰ তালিকাত গোৰ্খা সকলৰ নাম আহিবই লাগিব কাৰণ গোৰ্খা সকল বিদেশী নহয়৷ ভাৰতবৰ্ষৰ বাবে সৰ্বস্ব ত্যাগ কৰা জাতি গোৰ্খা৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে অসমত চলি থকা চিণ্ডিকেটৰাজৰ বাবে দ্ৰৱ্যমূল্য বৃদ্ধি পাইছে৷ সেয়ে ছিণ্ডিকেটৰাজ প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজাববীয়াকৈ ব্যৱস্থা ল’বলৈ তেওঁ আহ্বান জনায়৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা ডান্স ইণ্ডিয়া ডান্সৰ বিজয়ী ঔমছেত্ৰীয়ে সুন্দৰ আৰু দৰ্শনীয় নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx