ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘সিহঁত ঘৰতেই মৰিব লাগিছিল’! কৃষক আন্দোলন সন্দৰ্ভত অসংবেদনশীল মন্তব্য বিজেপি মন্ত্রীৰ

ASSAM TIMES POST by ASSAM TIMES POST
February 14, 2021
Reading Time: 1 min read
A A
0
‘সিহঁত ঘৰতেই মৰিব লাগিছিল’! কৃষক আন্দোলন সন্দৰ্ভত অসংবেদনশীল মন্তব্য বিজেপি মন্ত্রীৰ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

নিউজ ডেক্স:

কৃষক আন্দোলন সন্দৰ্ভত অসংবেদনশীল মন্তব্য শুনা গ’ল বিজেপি মন্ত্রীৰ মুখত। সংবাদমেলত কৃষকসকলৰ মৃত্যু কামনা কৰি বিজেপিৰ ওপৰত চাপ বঢ়ালে হাৰিয়ানাৰ কৃষিমন্ত্রী জেপি দালালে । তেওঁ কয় যে, “এতিয়া নমৰিলে পিছত সিহঁত মৰিবয়ে লাগিব”!

সংবাদমেলত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে । চচিয়েল মিডিয়াৰ একাংশই ঘৃণা প্ৰকাশ কৰিছে মন্ত্ৰীজনৰ এই মন্তব্যত। আন্দোলনৰ সময়চোৱাত কৃষকৰ মৃত্যুৰ ঘটনাৰ প্রসঙ্গত মন্তব্য কৰি জেপি দালালে কয়, ‘ ঘৰত থাকিলেও মৰিব লাগিব সিহঁত।

bd5e7b46 13b5 4284 841b 50f937e0f5e2 1 | ASSAM TIMES POST২ লাখ লোকৰ ভিতৰত ৬ মাহত ২০০ জনৰ মৃত্যু একো অস্বাভাৱিক কথা নহয়। সকলোৰেতো দুর্ঘটনাত মৃত্যু হোৱা নাই, স্বেচ্ছাই মৃত্যুক বৰণ কৰিছে। সেয়া বাদ দিলেও ভাৰতীয়সকলৰ আয়ুসো ইমানেই। কেইদিনমান পিছত এনেও মৰিলে হেতেনেই । বছৰত কিমান লোকৰ মৃত্যু হয় সেই খবৰ ৰখা যায়নে? কিন্তু মই মৃত্যু হোৱা প্ৰত্যেক ব্যক্তিৰ প্ৰতি সহানুভূতি জনাইছো”।

এই ধৰণৰ অসংবেদনশীল আৰু বিতর্কিত মন্তব্য কৰাৰ পিছত ক্ষমাও বিচাৰিছে মন্ত্রীজনে । কিন্তু ইয়াতেই বিতর্কৰ সমাপ্তি নঘটিল। কৃষকসকলৰ আত্মবলিদানক লৈ এই ধৰণৰ অসংবেদনশীল মন্তব্য দেশৰ বাবে দুঃখজনক বুলি প্ৰকাশ কৰিছে একাংশ জনতাই ।

Tags: featured3
Share4Tweet3Send

Related Posts

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

by Staff Reporter
June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

by Staff Reporter
June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

by Staff Reporter
June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

by News Desk
June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT