ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিএছএফৰ অভিযানত বাহনসহ প্ৰায় ৭ কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ, আটক ২

News Desk by News Desk
February 18, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

বিএছএফৰ বৃহৎ সাফল্য। গোপন খবৰৰ ভিত্তিত বিএছএফ এম এণ্ড চি ফিটাৰ, বিএছএফৰ ৯০ বিএন বিএছএফ আৰু আভ্যন্তৰীণ দলৰ সৈন্যসকলে এএছ ১১কে ২৪৮০ নম্বৰৰ এখন মহিন্দ্ৰা বলেৰো বাহন জব্দ কৰে। জব্দ কৰা বাহনখনৰ পৰা ৭,৩৯,৩৫,০ টকা মূল্যৰ ১,৪৫,৮০০টা ৱাইবিএ টেবলেট জব্দ কৰে। উক্ত নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ লগত জড়িত ২ জন ব্যক্তি হৈছে জৰ্জ খাৱলিং (৪৪ বছৰ) আৰু চমূৱেল খাৱলিং (২৫ বছৰ)ক আটক কৰা হয়। দুয়োৰে জেৰা চলি আছে।

এই সন্দৰ্ভত আইজি দীনেশ বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, য়াবা টেবলেটৰ বিপুল পৰিমাণৰ সৰবৰাহৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰি কোলাচিব আৰক্ষী থানা আৰু বিলখাৱথলিৰ আৰক্ষী চকীৰ প্ৰতিনিধিৰ সহায়ত বাহনখনৰ সন্ধানত অভিযান চলাই ১৪টা ডাঙৰ হালধীয়া পেকেট আৰু ১,৪৫,৮০০ সংখ্যক য়াবা টেবলেট থকা ১টা সৰু পেকেট উদ্ধাৰ কৰা হয়। যাৰ বজাৰ মূল্য আনুমানিক ৭.২৯ কোটি টকা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT