ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক

News Desk by News Desk
February 23, 2021
Reading Time: 1 min read
A A
0
এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক

RELATED POSTS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

নিউজ ডেস্কঃ

নিয়োগ বিজ্ঞপ্তি প্ৰকাশ কৰিছে এছবিআয়ে। মুঠ খালী পদৰ সংখ্যা ২২। অফিচাৰ পৰ্যায়ৰ হ’ব এই নতুন নিয়োগসমূহ। মাহে সর্বোচ্চ বেতন ৩৫ হাজাৰ টকা হ’ব। আবেদনকাৰীৰ যোগ্যতা, বয়স, আবেদনৰ প্ৰক্ৰিয়া বিস্তাৰিতভাৱে জানি লওক –

বিজ্‌নেচ কৰেচপ’ণ্ডেন্ট ফেচিলিটেটৰ পদৰ বাবে হ’ব নিয়োগ । ২ বছৰৰ বাবে চুক্তিভিক্তিক এই নিয়োগ। নিয়োগ কৰা হ’ব অৱসাপ্রাপ্ত অফিচাৰসকলক।

ইচ্ছুক প্রার্থীসকলে ১০ মার্চৰ ভিতৰত আবেদন কৰিব লাগিব। মুঠ ২২টা খালী পদৰ ভিতৰত ৮টা আছে ডিব্রুগড়ত, ৫টা গুৱাহাটীত, ৪টা যোৰহাটত, ৩টা শ্বিলঙত আৰু শিলচৰত ২টা।

বিজ্‌নেচ কৰেচপ’ণ্ডেন্ট ফেচিলিটেটৰ হিচাপে একোজন প্রার্থীয়ে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব, বেঙ্কিঙৰ বিভিন্ন বিষয়ত গাইড কৰিব লাগিব, প্রশিক্ষণ দিব লাগিব, বিদেশৰ গ্রাহক পৰিসেৱাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ইত্যাদি।

এই পদৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ বয়স হ’ব লাগিব ৬০ ৰপৰা ৬৩ বছৰৰ ভিতৰত। এছবিআই আৰু অন্যান্য পাব্লিক ছেক্টৰৰ বেঙ্ক (PSB)-ৰ স্কেল ৱান-ৰপৰা স্কেল ফাইভ পর্যন্ত অৱসৰপ্রাপ্ত অফিছাৰসকলে আবেদন কৰিব পাৰিব।

স্কেল ৱানৰপৰা স্কেল থ্রিৰ অৱসৰপ্রাপ্ত অফিছাৰসকলৰ ক্ষেত্রত বেতন হ’ব ৩০ হাজাৰ টকা আৰু ৬০০০ টকা TA (travel allowance) । আনহাতে, স্কেল ফ’ৰ ৰপৰা স্কেল ফাইভৰ অৱসৰপ্ৰাপ্ত অফিছাৰসকলৰ বেতন ৩৫ হাজাৰ টকা আৰু লগত থাকিব একেধৰণৰ ৬০০০ টকাৰ TA ।

আবেদন কৰিবলৈ এছবিআইৰ অফিছিয়েল ৱেবচাইট www.sbi.co.inত চাব লাগিব। তাতেই নির্দিষ্ট মেইল আইডি দিয়া আছে, য’ত আবেদনপত্রখন স্কেন কৰি পঠাব লাগিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share4Tweet3Send

Related Posts

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

by News Desk
September 15, 2026
51
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক
Jobs & Career

May 19, 2026
50
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d