ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতিল ৫ সন্ত্ৰাসবাদী সংগঠন

ASSAM TIMES POST by ASSAM TIMES POST
February 23, 2021
Reading Time: 1 min read
A A
0
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতিল ৫ সন্ত্ৰাসবাদী সংগঠন

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

কামৰুল খান:

আজি অসমৰ পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা পাঁচটা সন্ত্ৰাসবাদী সংগঠনৰ হাজাৰোধিক সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত উগ্ৰপন্থী সংগঠন কেইটাই অস্ত্ৰ সম্বৰণ কৰি  মূল সুঁতিলৈ উভতি আহে।

WhatsApp Image 2021 02 23 at 6.30.48 PM 1 | ASSAM TIMES POSTশ্রীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহবিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে কাৰ্বি আংলংৰ ৫ বিদ্ৰোহী সংগঠন ক্ৰমে পিডিচিকে, কে এল এফ, কেএলএনএলএফ,কেপিএলটি, ইউপিএলএ মুঠ ১০৪০ গৰাকীৰ সদস্য।

WhatsApp Image 2021 02 23 at 10.32.39 PM 1 | ASSAM TIMES POSTভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আত্মসমৰ্পণ কৰাৰ লগতে জমা দিয়ে বৃহৎ পৰিমাণৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ৷ অস্ত্ৰ সম্বৰণ কৰা ভিতৰত আছে কেপিএলটি ২৫৪ গৰাকী কেডাৰ।সংগঠনটোৱে ৬৯ টা অস্ত্ৰ আৰু ৪০৯জাই গুলি জমা দিয়ে।

কেএলএনএলএফৰ ৩৩৮গৰাকী কেডাৰে ১৫১টাকৈ অস্ত্ৰ আৰু ৮৯৯৯টাকৈ সক্ৰিয় গুলি জমা দিয়ে।

ইউপিএলএ ১৬৮ গৰাকী কেডাৰে ৮১টা অস্ত্ৰ, ৭৪৯টা গুলি আৰু ৮টা গ্ৰেণেড জমা দিয়ে।

পিডিচিকে ২২০ গৰাকী কেডাৰে ২৫টা অস্ত্ৰ, ৫০০টা গুলি জমা দিয়ে অসম আৰক্ষীক।

একেদৰে কে এল এফৰ ৬০ গৰাকী কেডাৰে ১২টা অস্ত্ৰ, ৫৪৬টা গুলি আৰু ২টা গ্ৰেণেড জমা দিয়ে অস্ত্ৰ সম্বৰণৰ সময়ত।

উল্লেখ্য, ভাৰত চৰকাৰৰ সংশোধিত উত্তৰ-পূবৰ উগ্ৰপন্থী পুনৰ সংস্থাপন আঁচনিৰ অধীনত এইসকল মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা সদস্যৰ পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ এওঁলোকৰ প্ৰত্যেকেই মাহিলি ৬ হাজাৰ টকাকৈ জলপানিৰ লগতে তিনি বছৰৰ অন্তত সদ আচৰণৰ চৰ্তত চাৰি লাখকৈ এককালীন সাহায্য লাভ কৰিব৷

ইতিমধ্যে ১৫১৫জন সদস্যই এই চাৰি লাখ টকাৰ এককালীন সাহায্য লাভ কৰিছে৷ আনহাতে, অসম চৰকাৰৰ স্বাৱলম্বন আঁচনিৰ অধীনত ১৮০০জন মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীক এছআইপিআৰডিৰ অধীনত বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হৈছে৷

ইয়াৰে ১১৯২জনক আত্মনিৰ্ভৰশীল হ’বলৈ ১ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে৷ উল্লেখ অস্ত্ৰসম্বৰণৰ কাৰ্যসূচীত আজিৰ অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং ,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx