ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আলোচনাপন্থী উগ্ৰপন্থীৰ শান্তি চুক্তি নোহোৱাকলৈ যৌথ সংবাদমেল

কাৰিকৰী অসুবিধাৰ বাবে শান্তিচুক্তি নহ'ল, শীঘ্ৰে হ'ব ঐতিহাসিক শান্তি চুক্তি : ৰেজাক ডেৰা

News Desk by News Desk
February 26, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ছাইদুল ইছলাম

ডিফু : ২৫ ফেব্ৰুৱাৰীত ডেনগাঁৱৰ নুৰাক আক্লামত বিজেপিৰ জনজনমাৰোহত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰে বহু প্ৰত্যাশিত শান্তি চুক্তি সম্পন্ন নোহোৱাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ অসন্তুষ্ঠি বিৰাজ কৰিছে ৷ এইলৈ আজি জিলাখনৰ অন্যতম আলোচনা পন্থী উগ্ৰপন্থী সংগঠন কেএনএলএফ, ইউপিএলএ, কেপিএলটি (আৰ) আৰু কেপিএলটি (ডি)য়ে ডিফুৰ ৰংবিন আক্লামৰ কেএনএলএফৰ অধ্যক্ষ পি দিলিৰ বাসগৃহত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

যৌথ সংগঠনৰ হৈ কেএনএলএফৰ বিত্ত সচিব ৰেজাক ডেৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিভিন্ন ৰাজনৈনৈতিক, অৰাজনৈতিক দল-সংগঠনে উল্লেখিত শান্তি চুক্তিকলৈ বিভ্ৰান্তি মূলক আৰু প্ৰৰোচনামূলক মন্তব্য কৰি পৰিস্থিতি অশান্তিময় কৰি তুলিছে ৷ তেনে কাৰ্য নকৰিবলৈ দল-সংগঠনসমূহক অনুৰোধ জনাইছে, যিহেতু শান্তি চুক্তি এক ঐতিহাসিক ৰূপত অতি শীঘ্ৰে সম্পন্ন হ’ব ৷ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে জিলাখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ আগবাঢ়ি অহা বিষয়টো আদৰণীয় ৷

যোৱা ২৫ ফেব্ৰুৱাৰীত শান্তি চুক্তি নোহোৱাক লৈ নেতাগৰাকীয়ে কয় যে, দুই এটা বিষয় অন্তৰ্ভুক্ত নোহোৱা আৰু কিছু কাৰিকৰী সমস্যা থকাৰ বাবে উক্ত দিনা শান্তি চুক্তি সম্ভৱ নহ’ল যদিও শীঘ্ৰে ভাল খবৰলৈ এই চুক্তি সম্পাদন হ’ব ৷

আনহাতে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে’ই কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যাক ভালদৰে পৰ্যবেক্ষণ কৰি আছে সেয়ে দুয়োগৰাকী নেতা প্ৰশংসাৰ যোগ্য বুলিও কয় আলোচনাপন্থী উগ্ৰপন্থী নেতাজনে ৷ আজিৰ সংবাদমেলত কেএলএনএলএফৰ অধ্যক্ষ পি দিলি, সাধাৰণ সচিব থং টেৰণ, বিত্ত সচিব ৰেজাক ডেৰা,

ইউপিএলএৰ অধ্যক্ষ ওৱেলেছলি তেৰাঙ, সাধাৰণ সচিব উইন বে’ সেনাধ্যৰ নিকুঞ্জ কাথাৰ, কেপিএলটি (আৰ)ৰ অধ্যক্ষ ৰাণ ৰংপি, লতিচাৰী কাংতাং বে, আৰু কেপিএলটি(ডি)ৰ বিত্ত সচিব ৰেক্স ডাইৰি আৰু গৃহ সচিব ছংছাৰ কাথাৰ উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx