ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৫ ৰাজ্যৰ নিৰ্বাচন সূচী

News Desk by News Desk
February 26, 2021
Reading Time: 1 min read
0
৫ ৰাজ্যৰ নিৰ্বাচন সূচী


নিউজ ডেস্কঃ

RELATED POSTS

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

ঘোষণা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন। অসম, পশ্চিমবঙ্গ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই। বংগৰ ২৯৪, কেৰালাৰ ১৪০, তামিলনাডুৰ ২৩৪, অসমৰ ১২৬ আৰু পুডুচেৰীৰ ৩০খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। সেই অনুসৰি অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২৭ মাৰ্চত প্ৰথম পৰ্যায়, ১ আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তামিলনাডু, কেৰালা আৰু পুডুচেৰীত ৬ এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে, মুঠ ৮টা পৰ্যায়ত অনুষ্ঠিত হ’ব পশ্চিমবঙ্গ বিধানসভাৰ নিৰ্বাচন। প্রথম পৰ্যায়ৰ ভোটগ্রহণ ২৭ মার্চ, দ্বিতীয় পৰ্যায়ৰ ১ এপ্রিল, তৃতীয় পৰ্যায়ৰ ৬ এপ্রিল, চতুর্থ পৰ্যায়ৰ ১০ এপ্রিল, পঞ্চম পৰ্যায়ৰ ১৭ এপ্রিল, ষষ্ঠ পৰ্যায়ৰ ২২ এপ্রিল, সপ্তম পৰ্যায়ৰ ২৬ এপ্রিল আৰু অষ্টম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৯ এপ্রিলত। ভোট গণনা ২ মে’ত।

The Ultimate Managed Hosting Platform
ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share4Tweet3Send
News Desk

News Desk

Related Posts

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:
ALL NEWS

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

by ASSAM TIMES POST
April 11, 2021
54
বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !
ALL NEWS

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

by ASSAM TIMES POST
April 11, 2021
55
স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?
ALL NEWS

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

by ASSAM TIMES POST
April 11, 2021
57
ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত
ALL NEWS

ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত

by Staff Reporter
April 10, 2021
55
কেতিয়াও পত্নীৰ মৰ্যাদা নোপোৱা জয়াপ্রদাৰ ব্যাক্তিগত জীৱনৰ কিছু অজান কাহিনী
ALL NEWS

কেতিয়াও পত্নীৰ মৰ্যাদা নোপোৱা জয়াপ্রদাৰ ব্যাক্তিগত জীৱনৰ কিছু অজান কাহিনী

by News Desk
April 10, 2021
61
উদ্ধৱ থাকৰেৰ সর্বদলীয় বৈঠক, ৰাজ্যজুৰি সম্পূর্ণ লকডাউনৰ ইঙ্গিত
ALL NEWS

উদ্ধৱ থাকৰেৰ সর্বদলীয় বৈঠক, ৰাজ্যজুৰি সম্পূর্ণ লকডাউনৰ ইঙ্গিত

by News Desk
April 10, 2021
59
covid-19 widget
539259
Total views : 2183557
Who's Online : 13
অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

April 11, 2021
বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

April 11, 2021
স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

April 11, 2021

Categories

ALL NEWS (11538) Assam (8049) BREAKING NEWS (3858) Business (15) Economy (30) Editorial (7) EDUCATION-TECHNOLOGY (24) Entertainment (332) Entertrainment (210) EXCLUSIVE (121) Fashion (8) Featured (14) Features (25) Guwahati (1429) Health & Fitness (293) Jobs & Career (4) KARBI ANGLONG (1283) Lifestyle (19) literature (16) National-International (2125) NORTH-EAST (359) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (160) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: