ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কংগ্ৰেছৰ ‘অসম বচাও’ অভিযানৰ অংশ স্বৰূপে ডিফুত সাংসদ সুষ্মিতা দেৱ

গণভিত্তি থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি টিকট প্ৰদান কৰিব কংগ্ৰেছে : সুষ্মিতা দেৱ

News Desk by News Desk
February 27, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : সমাগত ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কংগ্রেছ দলে আৰম্ভ কৰা অসম বচ়াও শীর্ষক জন সজাগতা অভিযানৰ অংশ হিচাপে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয়হি কংগ্রেছ দলৰ লোকসভাৰ সাংসদ সুস্মিতা দেৱ। বৰাক উপত্যকাৰ বিধানসভা সমষ্টিসমূহ ভ্রমণ কৰি হাফলং হৈ আজি ডিফু চহৰত উপস্থিত হোৱা কংগ্রেছী সাংসদগৰাকীয়ে আজি পুৱা ডিফু নগৰৰ মাজমজিয়াত থকা জননেতা চেমছনছিং ইংতিৰ প্রতিকৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে ডিফুৰ শীতলা মন্দিৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, গীর্জা আদিত উপস্থিত হৈ আশীষ লোৱা পৰিলক্ষিত হয়।

diphuP1 2 | ASSAM TIMES POST

ইয়াৰ পিছতে কাৰ্বি আংলং জিলা কংগ্রেছৰ কার্যালয়ত সাংসদগৰাকীয়ে এক যুটীয়া বর্ধিত কার্যনির্বাহক সভাতো অংশগ্রহণ কৰে। উক্ত সভাৰ পিছতে হাওৰীঘাটত এখন বাজহুৱা সভাতো সাংসদগৰাকীয়ে অংশ লোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, সাংবাদিকৰে হোৱা বার্তালাপত সাংসদগৰাকীয়ে নির্বাচনত টিকট বিচৰাৰ অধিকাৰ সকলোৰে আছে যদিও জনতাৰ মাজত অধিক গ্রহণযোগ্যতা থকা প্রার্থীয়েহে প্রার্থিত্ব লাভ কৰিব বুলি সাংসদগৰাকীয়ে কয়।

diphuP 5 | ASSAM TIMES POST

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দর্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে আঞ্চলিক দল হিচাপে ৰাষ্ট্রীয় দল কংগ্রেছৰ সৈতে মিত্রতা কৰিলে আঞ্চলিক দলসমূহেই অধিক উপকৃত হ’ব বুলি কয়। সাম্প্রদায়িক আৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে অৱস্থান কৰা সকলো দলকে মহাজোঁটলে স্বাগতম জনাই সাংসদগৰাকীয়ে আগত নির্বাচনত কংগ্রেছৰ নেতৃত্বাধীন মহাজোঁটে ১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx