![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছ নেতা তথা এআইইউডিএফ দলৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ লংকাৰ নখুঁটিত এআইইউডিএফ কৰ্মী আৰু কংগ্ৰেছ কৰ্মীয়ে যুটিয়াভাৱে কৰে প্ৰতিবাদ।
৯২নং লামডিং বিধানসভা সমষ্টিত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোতৰ প্ৰাৰ্থী হিচাপে স্বপন কৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি কৰ্মীসকলে স্বপন কৰ মুৰ্দাবাদ, স্বপন কৰক নালাগে, শ্লোগানেৰে পৰিবেশ উত্তাল কৰে। লগতে স্বপন কৰক টিকট প্ৰদান কৰিলে দল ত্যাগৰ হুংকাৰ আৰু প্ৰতিবাদকাৰীৰ ।












