![]()
কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত অংশগ্ৰহণৰ পিছত বিপিএফে প্ৰকাশ কৰিলৈ ৪জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা৷ আজি বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে বিটিআৰৰ ৪টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম৷ সেই কেইটা সমষ্টি আৰু প্ৰাৰ্থীৰ নামসমূহ হৈছে :
ওদালগুৰি- ৰিহণ দৈমাৰী
কলাইগাঁও- দুৰ্গাদাস বড়ো
মাজবাট- চৰণ বড়ো
পানেৰী- কৰুণাকান্ত স্বৰ্গিয়াৰী
উল্লেখ্য, কলাইগাঁওপ্ৰাৰ্থিত্ব লাভ কৰা দুৰ্গা দাস বড়োই আজি কংগ্ৰেছ ত্যাগ কৰি বিপিএফত যোগদান কৰিছিল৷













