ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানত কংগ্ৰেছৰ যুৱৰাজৰ নিৰ্বাচনী প্ৰচাৰৰ বতৰৰ বিধি পথালি

ভিডিঅ' বাৰ্তাযোগে দিলে ২৪৪(ক) ৰূপায়ণৰ প্ৰতিশ্ৰুতি

News Desk by News Desk
March 30, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : বোকাজানত কংগ্ৰেছৰ যুৱৰাজৰ নিৰ্বাচনী প্ৰচাৰত বতৰে দিলে বিধি পথালি ৷ কংগ্ৰেছৰ যুৱৰাজগৰাকীৰ ভাষণ নুশুনাকৈ ঘৰমুৱা হ’ল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকল ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনটোত কংগ্ৰেছ দলৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে হাফলং আৰু বোকাজানত দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ কথা আছিল । যদিও বেয়া বতৰৰ বাবে অৱশেষত নেতাগৰাকীৰ ভ্ৰমণসূচী বাতিল কৰা হয় । অৱশ্যে সভাত উপস্থিত থাকিব নোৱাৰিলেও সমৰ্থকসকলক উদ্দেশ্যি এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে । কান্ধত ‘কা’ বিৰোধী শ্ল’গান সম্বলিত গামোচা লৈ নেতাগৰাকীয়ে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে ’কা’ কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে। ‘কা’ অসমৰ ভাষা, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰি কংগ্ৰেছ দলৰ চৰকাৰ হ’লে এনে আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি কয়।

cong1 1 | ASSAM TIMES POST

ইয়াৰ উপৰি পাঁচ লাখ নিবনুৱাক চাকৰি, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈকে বৃদ্ধি, মাহে দুশ ইউনিট বিদ্যুত বিনামূলীয়াকৈ যোগান আৰু প্ৰতিগৰাকী গৃহিণীকে মাহে দুহাজাৰ টকাকৈ প্ৰদান কৰাৰ কংগ্ৰেছৰ গেৰাণ্টী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰে।

আনহাতে, পাৰ্বত্য এলেকাৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি ভাৰতীয় সংবিধানৰ ২৪৪(ক) কংগ্ৰেছ দলৰ চৰকাৰ হ’লে ৰূপায়ণ কৰা হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখযোগ্য যে, ৰাহুল গান্ধীৰ আগমনক কেন্দ্ৰ কৰি হাফলং আৰু বোকাজানত আজি কংগ্ৰেছ দলৰ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল। হাফলঙত কমেও দহ সহস্ৰাধিক লোকে সভাস্থলীত ভিৰ কৰাৰ বিপৰীতে বোকাজানতো কেইবা সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।

ইয়াৰোপৰি কংগ্ৰেছৰ প্ৰচাৰ সভাত বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি, ডিফুৰ প্ৰাৰ্থী ছুম ৰংহাঙ লগতে হাওৰাঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিজেপি দলক চোকা সমালোচনা কৰাৰ লগতে বিজেপি দলক জমলা পাৰ্টী আখ্যা দিয়ে ৷ তিনিওগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ বিস্তৃত বাখ্যা আগবঢ়ায় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx