ষ্টাফ ৰিপ’ৰ্টাৰ:
কাছাৰত অঘটন, ধুমুহাত গছ ভাঙি দুই শিশুসহ মাতৃৰ অকাল মৃত্যু বুধবাৰৰ নিশাৰ ঘুৰ্ণি বতাহ–ধুমুহাত তিনিজনৰ মৃত্যু। ধুমুহাত ঘৰৰ ওপৰত গছ বাগৰি পৰাত কাছাৰৰ কছুদৰমত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু।
প্ৰচণ্ড ধুমুহাত পৰিয়ালটোৰ ইন্দিৰা আবাস যোজনাৰ জৰিয়তে লাভ কৰা ঘৰটোত বাগৰি পৰে গছ। ফলত শুই থকা মাতৃ আৰু দুই শিশুৰ মৃত্যু হয়।