ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ বৰপেটাৰ ভাৰেগাঁৱৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
© 2020 Assam Times Post.