ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৫ দিনৰ ভিতৰত ভাঙিব মহাৰাষ্ট্র চৰকাৰ ! বিজেপিৰ দাবীক কেন্দ্ৰ কৰি চাঞ্চল্য

News Desk by News Desk
April 9, 2021
Reading Time: 1 min read
A A
0
১৫ দিনৰ ভিতৰত ভাঙিব মহাৰাষ্ট্র চৰকাৰ ! বিজেপিৰ দাবীক কেন্দ্ৰ কৰি চাঞ্চল্য

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

বিজেপিয়ে কেৱল বংগ, অসম, কেৰালা, পুডুচেৰি আৰু তামিলনাডুক লৈয়ে মূৰ ঘমোৱা নাই। ইয়াৰ মাজতে সংযোগ হৈছে মহাৰাষ্ট্রও। সোমবাৰে মহাৰাষ্ট্রৰ গৃহমন্ত্রী অনিল দেশমুখে নিজৰ পদৰ পৰা ইস্তফা দিয়ে। ইয়াৰ পিছৰ পৰাই মহাৰাষ্ট্রৰ জোঁট চৰকাৰৰ ওপৰত আশঙ্কাৰ মেঘে ছানি ধৰে। আৰু ইয়াৰ মাজতে বৃহস্পতিবাৰে মহাৰাষ্ট্রৰ বিজেপি নেতা চন্দ্রকান্ত পাটিলে দাবী কৰিছে যে আগন্তুক ১৫ দিনৰ ভিতৰত মহাৰাষ্ট্রৰ জোঁট চৰকাৰৰ আৰু দুই মন্ত্রীয়ে ইস্তফা দিবলৈ আগবাঢ়িছে। তেওঁ লগতে দাবী কৰিছে যে মহাৰাষ্ট্রত ৰাষ্ট্রপতি শাসন জাৰি কৰাৰ দৰে অৱস্থা সৃষ্টি হ’ব।

উল্লেখ্য, মুম্বাইত মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত এখন বিস্ফোৰক ভৰ্তি গাড়ী উদ্ধাৰ হোৱাৰ পিছৰ পৰাই এই কাণ্ড-কাৰখানা আৰম্ভ হয়।

ইয়াৰ মাজতে বিজেপিৰ নেতা চন্দ্রকান্ত পাটিলে দাবী কৰে যে অহা ১৫ দিনৰ ভিতৰত মহাৰাষ্ট্রত বহু ঘটনা ঘটিবলৈ আগবাঢ়িছে। তেওঁ কয়, মহাৰাষ্ট্রৰ আৰু দুজন মন্ত্রীয়ে ১৫ দিনৰ ভিতৰত পদত্যাগ কৰিব। কেইবাজনেও এই দুই মন্ত্রীৰ বিৰুদ্ধে আদালতত অভিযোগ দাখিল কৰিব। ইয়াৰ ফলতেই তেওঁলোকে ইস্তফা দিব। মহাৰাষ্ট্রত আগন্তুক কিছুদিনৰ ভিতৰত ৰাষ্ট্রপতি শাসন বলৱতৰ দৰে পৰিস্থিতি সৃষ্টি হ’ব বুলিও তেওঁ কয়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

by News Desk
July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
ADVERTISEMENT
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT