ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউলৈ ক’ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ

News Desk by News Desk
May 29, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

ডিফু : ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া নগাওঁ আঞ্চলিকৰ উদ্যোগত আৰু ডিফু শাখা কাৰ্যালয়ৰ সহযোগত আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড আইচিইউ ৱাৰ্ডত ক’ভিডৰ লগত জড়িত চিকিৎসা সামগ্ৰী প্ৰদান কৰে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লকত মহাবিদ্যালয়খনৰ অধ্যক্ষা সুমিত্ৰা হেগজেৰৰ হাতত চিকিৎসা সামগ্ৰীখিনি অৰ্পণ কৰে ষ্টেট বেঙ্ক অফ ইণ্ডিয়াৰ ডিফু শাখা কাৰ্যালয়ৰ কৰ্তৃপক্ষই ৷ ডিফু শাখা কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক নিৰজ কুমাৰ, এলডিএম ৰাজ্যজিৎ সাহা, বিশেষ সহায়ক গৌতম কুমাৰ ৰয় আৰু জ্যেষ্ঠ সহায়ক ঘণশ্যাম টেৰণে উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা সুমিত্ৰা হেগজেৰে ষ্টেট বেঙ্কৰ এনে মহৎ কামৰ বাবে এছবিআইলৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এছবিআইৰ ডিফু শাখাৰ মুখ্য প্ৰৱন্ধক নিৰজ কুমাৰে কয় যে, মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপহৈ পৰা বিশ্বব্যাপী ক’ভিড সংক্ৰমনৰ ভয়াবহতাৰ প্ৰতি ও আপদকালীন অৱস্থাত নিজৰ সামাজিক দায়বদ্ধতা নিষ্ঠা সহকাৰে সম্পন্ন কৰি আহিছে বুলি কয় ৷ সামৰ্থ অনুযায়ী এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন চিকিৎসা সামগ্ৰী প্ৰদান কৰি আহিছে ৷ গুৱাহাটী চিকিৎসা মহা বিদ্যালয়তো এছবিআইৰ মুখ্য মহা প্ৰৱন্ধকে ১২০ খন আইচিইউ বিছনা প্ৰদান কৰিছে বুলি কয় ৷

ইয়াৰ লগত সংগতি ৰাখি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড আইচিইউলৈ চিকিৎসা সামগ্ৰী সমূহ প্ৰদান কৰা হয় ৷ সামাজিক দায়বদ্ধতাৰ প্ৰতি এছবিআইৰ কাৰ্যকলাপ ভৱিষ্যতলৈও অব্যাহত থাকিব বুলি মন্তব্য কৰে মুখ্য প্ৰৱন্ধকগৰাকীয়ে ৷ এছবি আইৰ এনে কাৰ্যক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx