![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পোন প্ৰথমবাৰৰ পশ্চিম কাৰ্বি আংলঙত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা। সন্ধিয়া ছয় বজাত হামৰেণত উপস্থিত মুখ্য সচিব বৰুৱা।

আবৰ্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰে পৰ্যালোচনা বৈঠকত ভাগ লয়। লগতে বুজ ল’লে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ।

বৈঠকত উপস্থিত আছিল জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, যুটীয়া স্বাস্থ্য সঞ্চালক, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ বিষয়াকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গসকল।













