ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন

News Desk by News Desk
June 5, 2021
Reading Time: 1 min read
A A
0
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

নগাঁও : নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত আজি কোভিড প্ৰ’টকল মানি সীমিত সংখ্যক শিক্ষক-শিক্ষয়িত্রী আৰু এন.চি.চিৰ কেডেটৰ উপস্থিতিত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় ৷ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিদ্যালয়খনৰ চৌহদত এটি কৃষ্ণচূড়া গছৰ পুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
আনহাতে, বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰেও এটি গছ পুলি ৰোপন কৰি সাম্প্ৰতিক মহামাৰীৰ সময়ত পৰিবেশ সংৰক্ষণ আৰু সেউজ পৰিবেশ পুনৰুদ্ধাৰত ব্ৰতী হ’বলৈ সমাজৰ সকলোকে আহ্বান জনায় ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ ইক’ ক্লাৱৰ উদ্যোগত প্ৰকাশ কৰা পৰিবেশ সম্পৰ্কীয় বাৰ্তালোচনী “সেউজ বাৰ্তা”ৰ অষ্টম সংখ্যাৰ ই-সংস্কৰণ উন্মোচন কৰা   হয় ৷

ncc1 1 | ASSAM TIMES POST

ইপিনে, নগাঁৱৰ সদ্য প্ৰয়াত কৃতী বিজ্ঞান শিক্ষয়িত্ৰী অপৰ্ণা ভট্টাচাৰ্য সোঁৱৰণী জিলাভিত্তিক ‘জনস্বাস্থ্য আৰু আৰ্থ সামাজিক সুৰক্ষাৰ হেতু পৰিস্থিতি তন্ত্ৰৰ গুৰুত্ব’ শীৰ্ষক অনলাইন বক্তৃতা প্ৰতিযোগিতা উদ্বোধন কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে । বক্তৃতা প্ৰতিযোগিতাখন উদ্বোধন কৰি পৰিদৰ্শক নাথে বৰ্তমান কোভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ- ছাত্ৰী সকলক বিদ্যালয়ৰ পৰা নিলগাই ৰখা এই সংকটৰ সময়ত এনেধৰণৰ গঠনমূলক কাৰ্যসূচীয়ে তেওঁলোকৰ মনোবল অটুত ৰখাত সহায়ক হ’ব বুলি মন্তব্য কৰে ।

বিদ্যালয়ৰ ইক’ক্লাৱৰ সমন্বয়ক হিৰণ্য শৰ্মাই বিগত বৰ্ষটোত বিদ্যালয়খনে জিলাভিত্তিক অনলাইন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ প্ৰদান কৰাৰ বিষয়ে জানিবলৈ দি এইবাৰৰ প্ৰতিযোগিতাত হোজাই জিলাক সামৰি অবিভক্ত নগাওঁ জিলাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰাৰ বিষয়ে সদৰি কৰে৷ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফলসমূহ শীঘ্ৰেই কেইবাটাও ছচিয়েল মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হ’ব বুলিও সমন্বয়ক শৰ্মাই জানিবলৈ দিয়ে ৷ বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক বাবুল বৰা, এন.চি.চিৰ তত্ত্বাৱধায়ক শিক্ষক চাইফুল ইছলাম, ডঃ প্ৰত্যাশী ফুকন আৰু কৰ্মচাৰী বাবুল বৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx