ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৩,৬৪৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২২২৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩০৯ জন কামৰূপ মেট্ৰ’ৰ, ১৭০ জন ডিব্ৰুগড়ৰ, ২৮১জন কাছাৰৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.০৩ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৩৭ জন ব্যক্তিৰ৷উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৭.৪৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৯,৫১৮ জনলৈ পাইছে বৃদ্ধি।
Summary of 06/6/2021
Today’s Total 2228
Overall Positivity Percentage (2228 cases out of 73,648 test done = 3.03%)
Kamrup(M) 309
Death 37
Recovery Rate 87.46%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 6, 2021