ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হিমন্ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ পঢ়ক

News Desk by News Desk
June 8, 2021
Reading Time: 1 min read
A A
0
হিমন্ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ পঢ়ক

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

ষ্টাফ ৰিপ’ৰ্টাৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় নৱগঠিত চৰকাৰৰ চতুৰ্থখন কেবিনেট বৈঠক। বৈঠকত লোৱা সিদ্ধান্তসমূহ সংবাদমেলত ঘোষণা কৰে কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী কেশৱ মহন্ত, পিযুষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। গুৰুত্বপূৰ্ণ বৈঠকখনত গ্ৰহণ কৰা প্ৰথমটো সিদ্ধান্ত হৈছে চলিত বৰ্ষ পৰা অসম দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা প্ৰদান কৰিব। অসম ৰত্ন প্ৰদান কৰা হ’ব এজন ব্যক্তিক তাত থাকিব ৫লাখ টকা। অসম বিভূষণ ৩ জনক তাত থাকিব ৩লাখকৈ টকা, অসম ভূষণ ৫জনক তাত থাকিব ২লাখ টকা কৈ আৰু অসমশ্ৰী আগবঢ়াব ১০ জনক থাকিব ১লাখকৈ টকা। ইয়াৰ উপৰিও এই বঁটা লাভ কৰা সকলে চিকিৎসা-ভ্ৰমণ আদিত লাভ কৰিব বিশেষ সুবিধা।

আনহাতে প্ৰয়াত সাহিত্যক হোমেন বৰগোহাঞি জন্ম ৭ ডিচেম্বৰ দিনা চলিত বছৰ পৰা সাহিত্যিক পেঞ্চন আৰু সাহিত্য ক্ষেত্ৰৰ বিভিন্ন বঁটা প্ৰদান কৰা হ’ব। অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্ম দিনৰ লগত সংগতি ৰাখি ৩ ছেপ্টেম্বৰ দিনা ৰাজ্য ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন বঁটাসমূহ আগবঢ়াব। সাংস্কৃতিক সমন্ধীয় ৰাজ্যিক বঁটাসমূহ ১৭জানুৱাৰী শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি আগবঢ়াব চৰকাৰে। উল্লেখ যে বঁটাসমূহ প্ৰদান কৰা এসপ্তাহ আগতে বঁটা প্ৰাপ্যকৰ নাম ঘোষণা কৰা হ’ব বুলি কয় শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

বটদ্ৰৱা স্থানত নিৰ্মিত প্ৰজেক্টত ৩৫ বিঘা ২ কঠা ২ লোচা মাটি নতুনকৈ সংযোজনত অনুমোদন জনাই কেবিনেটে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক প্ৰতি মাহত এদিনকৈ প্ৰজেষ্টটো পৰ্যবেক্ষণ কৰা নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, বানপানীত ক্ষতিগ্ৰস্ত অঞ্চল তথা অনুষ্ঠান-প্ৰতিষ্ঠান মেৰামতি কৰাৰ কৰ্তৃত্ব প্ৰদান জিলা উপায়ুক্তক। ১অক্টোবৰ পৰা ৩১ অক্টোবৰ ভিতৰত জিলাখনৰ ক্ষতিগ্ৰস্ত তথ্য উপায়ুক্তক সংগ্ৰহ কৰাৰো সময় বান্ধি দিয়ে।

নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অহা ১২ জুলাই পৰা অনুষ্ঠিত কৰা বাবে কেবিনেটে আহ্বান জনাইছে। ২৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব অধিৱেশন।

ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰপ্ৰতি, প্ৰধানমন্ত্ৰী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফটো লগোৱাটো বাধ্যতামূলক কৰিছে কেবিনেটে।

ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলৰ ৭৭ হাজাৰ বিঘা মাটি কেনেদৰে খেতি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে পদ্ম হাজৰিকা সভাপতিত্বত ৫জনীয়া কমিটি গঠন। কমিটিয়ে বিষয় পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব লাগিব।

কয়লা অভাৰলোড নিয়ন্ত্ৰণ কৰা বাবে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰী নিৰীক্ষণত প্ৰতিখন কয়লা ট্ৰাক জোখা হ’ব। শ্ৰীৰামপুৰ গেটত জোখা হ’ব প্ৰতিখন কয়লা কঢ়িওৱা ট্ৰাক। আনহাতে মেঘালয়ত ট্ৰাকসমূহ দীঘলিয়াত জোখা হ’ব। ৩১মাৰ্চলৈকে পৰীক্ষামূলকভাৱে চলোৱা হ’ব এই ব্যৱস্থা। গুৰুত্বপূৰ্ণ কথা ছাগলীয়া গেটেৰে নোৱাৰিব কয়লা সৰবৰাহৰ কৰিব। উল্লেখ যে অভাৰলোড ট্ৰাকক নিয়ন্ত্রণৰ বাবে লোৱা হৈছে এই প্ৰচেষ্টা- এই কথা অৱগত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx