ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰঙাফিটাৰ মেৰপেচৰ দিন এতিয়া গ’লঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

ASSAM TIMES POST by ASSAM TIMES POST
July 5, 2019
Reading Time: 1 min read
A A
0
ৰঙাফিটাৰ মেৰপেচৰ দিন এতিয়া গ’লঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

ডিজিটেল ডেস্কঃৰঙাফিটাৰ মেৰপেচৰ দিন এতিয়া গ’ল৷ এনেদৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম কাৰ্যকালৰ কামে অৰ্থনীতিক ১ ত্ৰিলিয়ন ডলাৰলৈ লৈ গ’ল’৷ এনেদৰে বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰি কয়, বৰ্তমান ভাৰত বিশ্বৰ তৃতীয় বৃহত্‍ অৰ্থনীতিৰ দেশ৷ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম কাৰ্যকালত উন্নয়নৰ ৰূপৰেখা তৈয়াৰ হ’ল৷

budget live660 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

দেশত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বাঢ়িছে৷ উন্নয়নৰ বাবে এইবাৰ ’ৰিফৰ্ম-পাৰ্ফম-ট্ৰান্সফৰ্ম হ’ব মন্ত্ৰ’৷ ‘সমৃদ্ধ দেশৰ শক্তিশালী নাগৰিক, এয়াই হ’ব আমাৰ লক্ষ্য৷ প্ৰশাসন যন্ত্ৰত ৰঙাফিটাৰ মেৰপেচ কম কৰাত গুৰুত্ব৷ আনহাতে ৫৯ ছেকেণ্ডৰ ভিতৰতে ১ কোটি টকালৈ ঋণ প্ৰদানৰ সুবিধা বুলি বাজেট দাখিলৰ সময়ত উল্লেখ কৰে৷ তদুপৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৩৫০ কোটি টকা আৱণ্টন৷ দৰিদ্ৰসকলৰ বাবে একোটাকৈ ঘৰ পোৱাৰ সপোন বাস্তৱায়িত৷ ডেৰ কোটিতকৈ কম টাৰ্ণঅভাৰৰ ব্যৱসায়লৈ বিশেষ ৰেহাই৷

ইপিনে বিদ্যুতৰ মাছুলত বৃহত্‍ সংশোধনৰ ঘোষণা৷ ৩ কোটি ক্ষুদ্ৰ ব্যৱসায়ী, দোকানীলৈ পেঞ্চনৰ ব্যৱস্থা৷ প্ৰতিবছৰে ভাৰতত অনুষ্ঠিত হ’ব গ্ল’বেল ইনভেষ্ট মীট৷ যোগাযোগ, যাতায়াত দেশৰ জীৱন ৰেখা স্বৰূপ৷ সাধাৰণ লোক উপকৃত হোৱাকৈ ৰে’লৱেত বহু পৰিকল্পনা মুদ্ৰা যোজনাই দেশবাসীৰ জীৱন-জীৱিকা সলনি কৰি দিলে৷

NIrmala sitaraman budget 2019 assam time post | ASSAM TIMES POST

ভাৰত মালা যোজনাৰ জৰিয়তে ৰাস্তা নিৰ্মাণ হৈছে৷ সাগৰ মালাৰ জৰিয়তে নিৰ্মাণ হৈছে জলপথ, বন্দৰ৷ ঔদ্যোগিক কৰিডৰ হাইৱেৰ সৈতে সংযোজন কৰা হৈছে৷পৰিষ্কাৰ পানী, পৰিষ্কাৰ নদীৰ ওপৰত গুৰুত্ব৷ বেংকিং, কৰ-গাঁথনিত বিগত ৫ বছৰত বহু সংস্কাৰ হ’ল৷ মহিলাৰ মৰ্যাদা বৃদ্ধি কৰাত গুৰুত্ব সীতাৰমণৰ বাজেটত৷ দেশৰ অৰ্থনীতিয়ে ১ ত্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে৷ এইদৰে বাজেট দাখিলৰ সময়ত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে৷

Tags: budget 2019indialoksavanirmala sitharaman budgetUnion Budget 2019Union Budget 2019: Finance Minister nirmala sitharaman budget
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT