ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : প্ৰাকৃতিক উপায়েৰে দূৰ কৰক মূৰৰ বিষ

ASSAM TIMES POST by ASSAM TIMES POST
June 28, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : প্ৰাকৃতিক উপায়েৰে দূৰ কৰক মূৰৰ বিষ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

দিনভৰ মূৰৰ বিষ লৈ কাম কৰাটো অতি অস্বস্তিকৰ। মূৰৰ বিষ মানে কেৱল মাইগ্রেন নহয়। একাধিক কাৰণত মূৰৰ বিষ হয়। কিয় মূৰৰ বিষ হৈছে তাৰ কাৰণ সঠিকভাবে নির্ণয় কৰিব পাৰিলে এই বিষ উপশমৰ চিকিৎসা সম্ভৱ হ’ব পাৰে।

মূৰৰ এফালে বিষ : মাইগ্রেন

headache image 768x432 1 | ASSAM TIMES POSTযদি মূৰৰ বিষ আপোনাৰ মূৰৰ এফালে (বাওঁ অথবা সোঁফালে) হয় আৰু মূৰত স্পন্দন অনুভূত হয়, তেনেহ’লে সেয়া মাইগ্রেনৰ লক্ষণ হ’ব পাৰে। মাইগ্রেনত ভোগাৰ এক বহু কাৰণ আছে, কিন্তু পৰিত্রাণ পোৱাটো সিমান এটা সহজ নহয়।

মাইগ্রেনৰ বিষ তীব্র হয় আৰু কার্যক্ষেত্ৰত ক্ষতিকৰ প্রভাব পেলায়। যিমান সোনকালে সম্ভব মাইগ্রেনৰ বিষৰ পৰা মুক্তি পোৱাৰ বাবে কামৰ পৰা বিৰত থকা আৰু বিশ্রামৰ প্রয়োজন হয়। এই বিষ নির্মূল নহয়। কিন্তু সতর্ক আৰু পর্যবেক্ষণৰ মাজতেই থকা উচিত।

মূৰৰ চাৰিওফালে : টেনছন হেডেক

মানসিক চাপত মূৰৰ বিষক টেনছন-টাইপ হেডেক বা দুশ্চিন্তাজনিত মূৰৰ বিষ বোলা হয়।

মুখমণ্ডলত : ছাইনাছ হেডেক

5ea0965da34b3c0cdd0da705 | ASSAM TIMES POSTযদি আপুনি চকু আৰু গালত চাপ অনুভব কৰে, তেনেহ’লে সেয়া ছাইনাছ হেডেকৰ লক্ষণ বুলি ধৰি ল’ব পাৰে। কিন্তু প্রকৃতপক্ষে ছাইনাছ হেডেক অতি বিৰল আৰু প্রায় সময়ত সেয়া প্ৰকৃততে মাইগ্রেন, যাৰ কাৰণে মুখমণ্ডলত বিষ হ’ব পাৰে।

হঠাৎ মূৰৰ যিকোনো অংশত : থান্ডাৰক্ল্যাপ হেডেক

yoga for migraine | ASSAM TIMES POSTথান্ডাৰক্ল্যাপ হেডেকৰ ক্ষেত্রত মূৰৰ ভিতৰত বজ্রাঘাত অনুভূত হয়। এই বিষ তীব্র হয়, অতিকমেও পাঁচ মিনিট থাকে আৰু আপুনি হয়তো জানিবও নোৱাৰিব কিয় সেয়া হৈছে। মূৰৰ বিষৰ বিভিন্ন প্রকাৰৰ ভিতৰত এনে ধৰণৰ মূৰৰ বিষ বিপদাশঙ্কাৰ নির্দেশ কৰিব পাৰে। আপোনাৰ যদি এনে ধৰণৰ মূৰৰ বিষ হয়, তেনেহ’লে ডাক্তৰৰ শৰণাপন্ন হওক।

চকুৰ পিছফালে: ক্লাষ্টাৰ হেডেক

headache | ASSAM TIMES POSTযদি আপুনি অনুভব কৰে যে চকুৰ পিছফালৰ পৰা কিহবাই আপোনাক হানা-খোঁচা কৰিছে, তেনেহ’লে সেয়া ক্লাষ্টাৰ হেডেকৰ লক্ষণ হ’ব পাৰে। মূৰৰ বিষক ছুইছাইড হেডেকো বোলে। কাৰণ ইয়াৰ ফলত বিষ খুব তীব্র হয়। ই প্রায়ক্ষেত্রতে মহিলাসকলতকৈ পুৰুষসকলক বেছি প্রভাবিত কৰে। বিষৰ সৈতে চকুত ৰঙা ভাব, চকুৰ পৰা পানী ওলোৱা, ক্লান্তি আহিব।

মূৰৰ উপৰিভাগত বা মুখমণ্ডলৰ উপৰিভাগত : এলার্জি হেডেক

এলার্জি হেডেক ছাইনাছৰ সৈতে সম্পর্কিত হ’লেও সেয়া ঋতুভিত্তিক হৈ থাকে। সঠিকভাবে এই সমস্যা চিনাক্ত কৰিবলৈ ডায়াগনোচিছ কৰা উচিত।

মূৰৰ যিকোনো অংশত বিষ

TensionHeadache | ASSAM TIMES POSTযদি কাম-কাজৰ সময়ত বা পিছত শ্রম সংক্রান্ত মাথাব্যথা হৈ থাকে। ব্যায়াম বা উত্তেজনা বা কামোত্তেজনাত বাঢ়ি যাব পাৰে। ইয়াৰ ফলত তীব্র মূৰৰ বিষ, একফলীয়া মূৰৰ বিষ, স্পন্দিত মূৰৰ বিষ, একেৰাহে মূৰৰ আৰু বমি বমি ভাব দেখা যায়।

কপাল বা মূৰৰ এফালে : এয়াৰপ্লেন হেডেক

আকাশীপথত ভ্রমণৰ সময়ত মূৰৰ এফালে বিষ অনুভূত হ’ব পাৰে, যাক এয়াৰপ্লেন হেডেক বোলে। আকাশীপথত ভ্রমণ খুব এটা কঠিন নহ’লেও গৱেষণাত পোৱা গৈছে যে প্রতি ১২ জনৰ এজন লোক এয়াৰপ্লেন হেডেকত ভোগে।

মূৰৰ বিষ দূৰ কৰাৰ উপায়

hero jpg 1079x648 1 | ASSAM TIMES POSTকামৰ চাপত বিশ্রাম নোলোৱাৰ কাৰণে বহু সময়ত মূৰৰ বিষ হয়। কিন্তু মূৰ বিষালে অৱশ্যেই টোপনি মাৰিব লাগিব। আৰু দিনে দিনে যদি মূৰৰ বিষ বৃদ্ধি হৈ থাকে, তেন্তে অৱশ্যেই চিকিৎসকৰ পৰামর্শ ল’ব লাগিব। মূৰৰ বিষত ভুগিলে কম পোহৰত থাকক অন্তত কিছু সময়ৰ বাবে। কম্পিউটাৰ স্ক্রিন, লেপটপ বা মোবাইল ফোনৰ পোহৰৰ বিচ্ছুৰণৰ পৰা দূৰৈত থাকক।

এই সময়ত বাহিৰলৈ নোলালে নহ’লে অতি ভাল মানৰ এন্টি গ্লেয়াৰ ছান গ্লাছ পিন্ধক। গৰম পানীত ভৰি ডুবাই ৰাখিলে যে মূৰৰ বিষ কমে, এই তথ্য বহুতেই হয়তো বিশ্বাস নকৰিব। ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি মূৰৰ বিষ। আহক জানি লওঁ কেনেদৰে ঘৰুৱা উপায়েৰে মূৰৰ বিষ দূৰ কৰিব।

দিনত আঠৰ পৰা ছয় ঘণ্টা শুব পাৰিলে ভাল। একেৰাহে বহু সময় ধৰি চকুৰ কাম নকৰিব। মাজে মাজে অলপ অলপ বিশ্রাম লওক। ঘণ্টাত অন্তত এবাৰ পাঁচ মিনিটৰ বাবে হ’লেও চকু বন্ধ কৰি বহি থাকিব।

ভিটামিন বি কমপ্লেক্সযুক্ত খাদ্য খাওক। পানীত সহজে দ্রবীভূত হোৱা এই ভিটামিনৰ বহু গুণ আছে। এই ভিটামিনে মূৰৰ বিষ ৰোধ কৰিব পাৰে। কণী, কল, মাছ, দাইল, ছাইট্রাছ ফল যেনে নেমু ইত্যাদিত এই ভিটামিন আছে। এইবোৰ ডায়েটত অন্তৰ্ভুক্ত কৰক। ভিটামিন বি কমপ্লেক্স টেবলেটো খাব পাৰে। কিন্তু তাৰ আগতে জানি ল’ব যে আপোনাৰ মূৰৰ বিষ আচলতে এই কাৰণত হৈছে নে নাই। মূৰৰ যন্ত্রণা হ’লে আদা চাহ খাব পাৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026
50
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx