ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, কি কি আলোচনা হ’ল পঢ়ক

News Desk by News Desk
June 29, 2021
Reading Time: 1 min read
A A
0
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, কি কি আলোচনা হ’ল পঢ়ক

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী অতুল বৰা। যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী বৰা মিলিত হয় অনানুষ্ঠানিক বৈঠকত।

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী বৰাক দিহা-পৰামৰ্শ আগবঢ়াই সংগঠনৰ নেতৃত্বই। চুক্তি ৰূপায়ণ সন্দৰ্ভত সহযোগিতা আগবঢ়োৱা আশ্বাস দিয়ে মন্ত্ৰীগৰাকীক। যুৱ-ছাত্ৰ পৰিষদে মন্ত্ৰীগৰাকীক অসম চুক্তি কাৰ্যকৰী সন্দৰ্ভত স্মাৰক-পত্ৰ প্ৰদান কৰে।
ইফালে এনআৰচিৰ পুনৰীক্ষণত চৰকাৰৰ দাবী প্ৰতি সমৰ্থন জনাব যুৱ-ছাত্ৰ পৰিষদে। কিন্তু তাৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাৰো আহ্বান জনোৱা বুলি মন্ত্ৰী বৰাই কয়।

অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এখন আনুষ্ঠানিক আলোচনা আহ্বান জনায় যুৱ-ছাত্ৰ পৰিষদৰ- সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।

৭১ চনৰ পাছত অহা বিদেশী চিনাক্ত আৰু বিতাৰণ কৰিব লাগে। লগতে সীমান্ত এশ শতাংশ চীলৰ দাবী কৰে   সংগঠনটোৱে ।

চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৬নং দফা কাৰ্যকৰী কৰাৰ আহ্বান জনায় সংগঠনটো সম্পাদক- পলাশ চাংমাই।

আনহাতে কৃষি মন্ত্ৰী হিচাপেও মন্ত্ৰী বৰাক জাতীয় সংগঠনটোৱে কিছু দিহা-পৰামৰ্শ আগবঢ়াই। ক’ৰনাত বিধ্বস্ত কৃষকক মাটি খাজানা পৰা ৰেহাই দিবলৈও যুৱ-ছাত্ৰ পৰিষদে আহ্বান জনায় মন্ত্ৰীগৰাকীক।

অসম চুক্তি ৰূপায়ণ বাবে ভাৰত চৰকাৰৰ সহযোগিতা প্ৰয়োজন। ৬নং দফা ৰূপায়ণ বাবে পূৰ্বতে কোনো চৰকাৰে ব্যৱস্থা লোৱা নাছিল। কিন্তু যোৱা চৰকাৰখনে কমিটি গঠন কৰিছে। কমিটিৰ প্ৰতিবেদনৰ পাছতো বিষয়টো কিয় আগবঢ়া নাই তাৰ বাবে মুখ্যমন্ত্ৰী সৈতে বৈঠকত মিলিত হোৱা আশ্বাস দিয়ে মন্ত্ৰী বৰাই।

উল্লেখ যে মন্ত্ৰী বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই সদৌ অসম ছাত্ৰ সন্থা কাৰ্যালয়তো আছু নেতৃত্বৰে মিলিত হৈছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
ADVERTISEMENT
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx