ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নতুনকৈ ভেন্সাৰ স্কুল স্থাপন কৰিব নোৱাৰিব : শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু

News Desk by News Desk
July 9, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম:

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ডিফু : “ৰাজ্যত নতুনকৈ কোনো ভেন্সাৰ স্কুলৰ স্থাপন নহয়, প্ৰয়োজনত এনেবোৰ বিদ্যালয়ৰ কথা ৰাজ্য চৰকাৰে বিবেচনা কৰিব “আজি ডিফুত উপস্থিত হৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ৷

উল্লেখযোগ্য যে কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সমস্যাৰ বুজ ল’বলৈ আজি মন্ত্ৰীগৰাকীয়ে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয়ত এক দীৰ্ঘ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত ভেঞ্চাৰ শিক্ষানুষ্ঠান সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে শিক্ষামন্ত্রীগৰাকীয়ে। মন্ত্রীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনত এতিয়াও প্রাদেশীকিকৰণৰ আওতাত নপৰা শিক্ষানুষ্ঠানৰ সংখ্যা ১২ হাজাৰ। তেনেস্থলত কোনো স্থানত শিক্ষানুষ্ঠানৰ প্রয়োজন হ’লে চৰকাৰক আবেদন জনোৱাৰ পিছত প্রয়োজন অনুসাৰে চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখযোগ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শৈক্ষিক আৰু শিক্ষাৰ সৈতে সম্পর্কীত প্রশাসনিক সমস্যা সন্দৰ্ভত সবিশেষ পর্যালোচনা কৰা হয়।

উক্ত আলোচনাত জিলা দুখনৰ প্রাথমিক পর্যায়ৰ পৰা উচ্চ শিক্ষালৈকে বিভিন্ন বিষয়ৰ সমস্যা, কাৰ্বি ভাষাক আধুনিক ভাৰতীয় ভাষা হিচাপে চলোৱা, কাৰ্বি ভাষা মাধ্যমৰ বিদ্যালয়, প্রাথমিক পর্যায়ত কাৰ্বি ভাষাৰ প্ৰৱৰ্তন কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।

edu1 1 | ASSAM TIMES POST

আনহাতে, সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্রীগৰাকীয়ে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ বাবেও এক বিশেষ গুৰুত্বপূৰ্ণ এলেকা বুলি উল্লেখ কৰি এলেকাটোত কেইবাটাও শৈক্ষিক দিশত অতিকে পিছপৰা ব্লক থকা বুলি মন্তব্য কৰে।

সেয়েহে, সামগ্রিকভাবে ইয়াৰ আন্তঃগাঁথনিৰ সমস্যা, শিক্ষক নিযুক্তিৰ সমস্যা, শিক্ষা বিভাগৰ কার্যালয়সমূহৰ কিছু পদ সৃষ্টি আৰু নিযুক্তিৰ সমস্যা, প্রদেশীকিকৰণ আইনে সামৰি নোলোৱা শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবেও আলোচনা কৰা হয় বুলি মন্ত্রীগৰাকীয়ে অৱগত কৰে।

এইক্ষেত্ৰত পার্বত্য এলেকা উন্নয়ন বিভাগৰ সৈতে সন্মিলিতভাৱে কেতবোৰ কাম কৰাৰো পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক দিনত কাৰ্বি আংলঙৰ শিক্ষাৰ প্রতিচ্ছবিখন অধিক উজলাই তোলাৰ লক্ষ্যৰে কাম কৰি যোৱা হ’ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।

পূর্বৰ চৰকাৰখনে শিক্ষানুষ্ঠান প্রদেশীকিকৰণৰ ক্ষেত্ৰত প্রয়োজনভিত্তিক ’ (নীড বেচ) নীতিৰ কথা উল্লেখ কৰিছিল বুলি মন্তব্য কৰি এই ব্যৱস্থাক সূত্রবদ্ধ কৰি থকা বুলি কয়। সেই অনুসৰি যিবোৰ এলেকাত যথেষ্ট ছাত্র-ছাত্রী আছে অথচ শিক্ষানুষ্ঠানৰ অভাৱ তেনেবোৰ এলেকাৰ বাবে চৰকাৰে কেতবোৰ নিৰ্দিষ্ট ইতিবাচক সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিব বুলি অৱগত কৰে ৷

পর্যালোচনা সভাখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যৰ লগতে বিভিন্ন ছাত্র সংগঠন আৰু সামাজিক সংগঠনৰ নেতৃবর্গ উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx