ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ডায়েটত যোগ কৰক এক গিলাচ বিলাহীৰ ৰস আৰু উপকাৰিতা চাওক

ASSAM TIMES POST by ASSAM TIMES POST
July 10, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ডায়েটত যোগ কৰক এক গিলাচ বিলাহীৰ ৰস আৰু উপকাৰিতা চাওক

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

বিলাহী চাটনি, বিলাহী পোৰা, বিলাহীৰে দাইল, মাছৰ জোল, চালাডত কেঁচা বিলাহী…. বিলাহী যিসকলে ভালপায়, তেওঁলোকে ইয়াৰ এটাও নেৰে। কিন্তু দৈনিক এক গিলাচকৈ বিলাহীৰ ৰস খোৱাৰ উপকাৰিতা সম্পৰ্কে জানেনে?

Why Tomato Juice Tastes Better on Planes 294847964 Shutterstock Africa Studio e1625887199805 | ASSAM TIMES POSTবিলাহীৰ জুইচক কোৱা হয় ছুপাৰ ফুড। ইয়াত আছে প্রচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল। আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিলাহীৰ ৰসৰ তুলনা নাই।

কলেষ্টেৰল নিয়ন্ত্রণ কৰে- দৈনিক এক গিলাচকৈ বিলাহীৰ ৰস খালে কলেষ্টৰল নিয়ন্ত্রণত থাকিব। বিলাহীৰ ৰসত প্রচুৰ পৰিমাণে ফাইবাৰ আছে যিয়ে ৰক্তত এলডিএল বা বেড কলেষ্টেৰলৰ পৰিমাণ কমায়।

ওজন কমায়- শৰীৰত পানীৰ পৰিমাণ বঢ়াই ভাৰসাম্য বজায় ৰাখে বিলাহীয়ে। এই ৰস খালে ভোক পলায়। ফলত ওজন কমায় আৰু শৰীৰক দুর্বলবোধ কৰিব নিদিয়ে।

ছালৰ বাবে ভাল- দাগমুক্ত আৰু উজ্জ্বল ছাল পাবলৈ বিচাৰিলে প্ৰতিদিনে এক গিলাচকৈ ৰস খোৱাটো অৱশ্যেই উচিত। বিলাহীৰ ৰসে ছালৰ শোতোৰা দূৰ কৰে, ছালৰ ক’লা দাগ দূৰ কৰে। তাৰ লগতে ব্রণ নিৰাময় কৰে। তৈলাক্ত ছালৰ ছিবাম ক্ষৰণ নিয়ন্ত্রণ কৰে।

ডিটক্সিফিকেচন- বিলাহীৰ ৰসত ক্লোৰিন আৰু ছালফাৰ থাকে। যিয়ে আপোনাৰ শৰীৰৰ পৰা টক্সিন দূৰ কৰি ডিটক্স কৰাত সহায় কৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026
50
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx