ASSAM TIMES POST
বোকাখাতঃ বােকাখাত জে.ডি.এচ.জি. মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ আৰু শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘মংগলম’ৰ সহযােগত ICSSR ৰ পৃষ্ঠপােষকতাত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলােচনা চক্ৰৰ অহা ২৭ আৰু ২৮ চেপ্তেম্বৰ, ২০১৯ তাৰিখে আয়ােজন কৰা হৈছে।
আলােচনাচক্ৰৰ বিষয় হৈছে “PROSPECTS AND CHALLENGES IN THE DEVELOPMENT OF HIGHER EDUCATION IN NORTH-EAST INDIA THE NEW EDUCATION POLICY PERSPECTIVE” । গবেষণা পত্ৰৰ সংক্ষিপ্তসাৰ ২২ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ E-Mail ID principaljdsgc@gmail.com লৈ পঠিয়াবলৈ অধ্যক্ষ ডঃ জয়ন্ত গগৈয়ে অনুৰােধ জনাইছে । সম্পূর্ণ গৱেষণাপত্র পঠিওৱাৰ অন্তিম তাৰিখ ২৫ চেপ্তেম্বৰ, ২০১৯। সবিশেষ তথ্য জানিবলৈ
ৱেবচাইট www.jdsgcollege.edu.in ত চাব পাৰিব আৰু 9435510822, 9954285760 নম্বৰত যােগাযােগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।













