ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতৰ সামুহিক উন্নয়ন আৰু জনকল্যান সম্পৰ্কত সাংবাদিকৰে নুমলীগড় শোধনাগাৰৰ আলোচনা

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2019
Reading Time: 1 min read
A A
0
বোকাখাতৰ সামুহিক উন্নয়ন আৰু জনকল্যান সম্পৰ্কত সাংবাদিকৰে নুমলীগড় শোধনাগাৰৰ আলোচনা

LOGO ASSAM TIMES POST | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ সামগ্ৰিক উন্নয়ন আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ কৰণীয় সম্পৰ্কত যোৱা ৯ চেপ্তেম্বৰৰ নিশা বোকাখাতৰ সমূহ সাংবাদিকেৰে এক বিশেষ আলোচনাত মিলিত হয় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ ৷

বোকাখাতৰ টেচক’ নামৰ ৰিজৰ্ট খনৰ সভাগৃহত আয়োজিত এই গুৰুত্বপূৰ্ণ আলোচনাত বোকাখাত মহকুমা সাংবাদিক সন্থা তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , জেষ্ঠ সাংবাদিক বুবুল দত্তৰ লগতে বোকাখাত মহকুমা সাংবাদিক সন্থা , বোকাখাতৰ ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন আৰু বোকাখাত প্ৰেছ ক্লাবৰ সমুহ সাংবাদিক উপস্থিত থাকে ৷

1c92de03 6c99 4155 a961 8edcad800a3d | ASSAM TIMES POST

অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ হৈ চিফ জেনেৰেল মেনেজাৰ দেৱাশীৰ্ষ চৌধুৰী, মুখ্য প্ৰৱন্ধক কাজল শইকীয়া, ডেপুটি জেনেৰেল মেনেজাৰ মিন্টু সন্দিকৈ, মুখ্য পৰিচালক বিশ্বজিত বৰা আৰু মনোজ দাস উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাতৰ সামগ্ৰিক উন্নয়ন আৰু বিভিন্ন সমস্যা আৰু এই বোৰৰ সমাধানৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে ল’ব পৰা ব্যৱস্থাৱলীৰ ওপৰত আলোচনা হয় ৷

জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ নিৱনুৱা সমস্যাৰ সমাধান, বাট পথ আৰু শিক্ষাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে বিভিন্ন সময়ত কৰি অহা কাৰ্যৰ শলাগ লোৱাৰ উপৰিও এই ক্ষেত্ৰত আৰু অধিক আঁচনি গ্ৰহনৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক আহ্বান জনায় ৷ জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু ভৱানন্দ কলিতাই মহকুমাৰ শৈক্ষিক উত্তৰণৰ লগতে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়ত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালক বিশেষ সুবিধা প্ৰদান কৰিবৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক অনুৰোধ জনায় ৷

8ea55c6b e025 48be bd44 3b7125a8919b | ASSAM TIMES POST

অনুষ্ঠানত কাজিৰঙাৰ ইক’ চেনচিটিফ জ’ন আৰু ইয়াৰ পৰা হ’ব পৰা সাম্ভাব্য অসুবিধাৰ ওপৰতো আলোচনা কৰা হয় ৷ আলোচনাত নুমলীগড় শোধনাগাৰৰ হৈ দেবাশীষ চৌধুৰী, কাজল শইকীয়া আৰু মিন্টু সন্দিকৈয়ে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ, কাৰ্যপন্থা লগতে জনহিতকৰ কাৰ্যৰ বৰ্ণনা কৰি উপস্থিত সমূহ সাংবাদিকৰ সহযোগিতা কামনা কৰে ৷

জেষ্ঠ সাংবাদিক তথা মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যই মহকুমাটোত শৈক্ষিক উত্তৰণ, মেধাৱী ছাত্ৰ-ছাত্ৰীক সাহায্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই বোকাখাত নগৰক এখন পৰ্যটন নগৰী হিচাবে গঢ়ি তোলাত নুমলীগড় শোধনাগাৰৰ সহযোগিতা আহ্বান কৰে ৷

আলোচনাৰ শেষত শোধনাগাৰ কৰ্তৃপক্ষৰ হৈ বিশ্বজিত বৰাই জনকল্যানৰ স্বাৰ্থতেই বোকাখাতৰ সাংবাদিকৰ সৈতে নিয়মিত ভাৱে আলোচনাত বহাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আলোচনাত ইমজাৰ সম্পাদক প্ৰদ্যুত মহন্ত, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, দিব্যজ্যোতি হাজৰিকাকে ধৰি বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক সকল উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx