ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত দ্ৰুতবেগী বাহনৰ খুন্দাত ১ জন শ্ৰমিক নিহত, আহত ৩

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2019
Reading Time: 1 min read
A A
0

LOGO ASSAM TIMES POST | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা সদৰ চহৰ ডিফুত সোমবাৰে নিশা এক দ্ৰুতবেগী বাহনে মহটিয়াই এজন নিৰিহ শ্ৰমিকৰ প্ৰাণ লোৱাৰ লগতে আন চাৰিজনক আহত কৰা ঘটনাই সদৰ চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

RELATED POSTS

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

প্ৰাপ্ত খবৰ অনুসৰি শ্ৰমিক কেইজন ডিফুৰ পাৰ্শৱৰ্তী এলেকা বিৰলা আৰু ৮ কিল’ হাফজানৰ পথৰ পৰা সোমবাৰে নিশা কামৰ সন্ধানত বহিঃৰাজ্যলৈ ৰেলযোগে যাবলৈ পদপথে ডিফু ৰেল’ ষ্টেচনলৈ গৈ আছিল ৷

শ্ৰমিক কেইজন খোজ কাঢ়ি ডিফু ৰংখেলান বজাৰৰ মাজেৰে আহি থকাৰ সময়ত নিশা প্ৰায় ১১.৩০ মান বজাত পিছফালৰ পৰা আহি থকা তীব্ৰবেগী অজ্ঞাত বাহন এখনে অসাৱধান বশতঃ চাৰিজন শ্ৰমিকক মহটিয়াই ঘটনাস্থলীৰ পলায়ন কৰে৷

আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত আহত চাৰিজন শ্ৰমিকক ডিফু অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ৱাইচিং ক্ৰ’ৰ পুত্ৰ হমচিং ক্ৰ’ (২৩) নামৰ শ্ৰমিকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

মৃত হমচিঙ ক্ৰ’ৰ ঘৰ ডিফুৰ হাফজান পথৰ ৮ কিল’ৰ ৰংচিঙদনত বুলি জানিব পৰা গৈছে ৷ আহত হোৱা আন তিনিজন শ্ৰমিক ক্ৰমে ডিফু হাফজান পথৰ ৮ কিল’ৰ ৰংচিংদনৰ ছিং কিলিঙৰ পুত্ৰ কামাৰ কিলিঙ (২৩) আৰু ডিফু বিৰলা গে’টৰ ক্ৰমে, গামবুৰা তেৰাঙৰ পুত্ৰ ৰতন টেৰাঙ (১৮) আৰু ছাৰ্থে ক্ৰ’ৰ পুত্ৰ বিদ্যা চিং ক্ৰ’ বুলি জানিব পৰা গৈছে ৷

দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰু চালকৰ আৰক্ষীয়ে এতিয়াও কোনো সন্ধান লাভ কৰা নাই যদিও এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ৷

www.assamtimes post.com
fb.com/assamtimespost2019

Share4Tweet3Send

Related Posts

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx