লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্য কপোৱা যি বৰ বৰ কাণ্ড সংঘটিত হ’ল অসম-মিজোৰাম সীমান্তত য’ত সাত গৰাকীকৈ অসম আৰক্ষীৰ বীৰ শ্বহীদ হ’ল। মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলী হোৱা অসম আৰক্ষীৰ বীৰ শ্বহীদসকলক লংকা সাংবাদিক সন্থাৰ উদ্যোগত জনোৱা হয় শ্ৰদ্ধাঞ্জলী। উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে লংকা লেখিকা সমাজৰ কৰ্মকৰ্তাৰ লগতে লংকা আৰক্ষী ক্ষেত্ৰ পৰিদৰ্শক আৰু লংকাৰ বহু স্থানীয় লোক।