![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি মাচুল ছাত্ৰ-ছাত্ৰী পৰা ল’ব নোৱাৰিব। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষা বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।
উল্লেখ যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰী নাম ভৰ্তি অনলাইনৰ জৰিয়তে সম্পন্ন হ’ব। ছাত্ৰ-ছাত্ৰীৰ পৰা অনলাইনত কোনো মাচুল ল’ব নোৱাৰিব।
প্ৰাদেশিকৃত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ এই নিৰ্দেশ প্ৰদান বিভাগৰ।
কভিড সৃষ্ট পৰিবেশৰ বাবে চলিত বৰ্ষত অলনাইন পদ্ধতিত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব।













