ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাটি-সম্পত্তি বন্ধকত থৈ বিলাইছে ৪০ হাজাৰ হেলমেট ! কোনে আৰু কিয় জানিবলৈ পঢ়ক

News Desk by News Desk
September 4, 2021
Reading Time: 1 min read
A A
0
মাটি-সম্পত্তি বন্ধকত থৈ বিলাইছে ৪০ হাজাৰ হেলমেট ! কোনে আৰু কিয় জানিবলৈ পঢ়ক

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাস্তাত কোনো বাইক আৰোহীৰ মূৰ খালী দেখিলেই পিন্ধাই দিয়ে হেলমেট। বিহাৰৰ কৈমুৰ জিলাৰ ৰাঘবেন্দ্রই বিগত কেইবা বছৰ ধৰি এই কামটোৱেই কৰি আহিছে। কেৱল সেয়াই নহয়, নিজৰ ঘৰ-বাৰী, মাটি-সম্পত্তি, গহনা বন্ধকত ৰাখি বিগত ছয় বছৰ ধৰি ৰাজ্যই ৰাজ্যই পথে পথে ঘূৰি এই কামেই নির্বিকাৰে কৰি আহিছে ৰাঘবেন্দ্রই।

RELATED POSTS

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

ইতিমধ্যে ৪০ হাজাৰ বাইক আৰোহীৰ মূৰ সুৰক্ষিত হৈছে তেওঁ দিয়া হেলমেটে। কেৱল বিহাৰ নহয়, দিল্লী, উত্তৰ প্রদেশ, ঝাড়খণ্ড আৰু ৰাজস্থানলৈ গৈও হেলমেট বিলি কৰিছে ৰাঘবেন্দ্রই। এই সকলোবোৰেই আকৌ কৰিছে তেওঁ বিনামূল্যে। যাৰ বাবে এতিয়া তেওঁ সকলোৰে ওচৰত ‘হেলমেট মেন’ নামেৰে পৰিচিত।

বিনামূলীয়া হেলমেটৰ বিনিময়ত অৱশ্যে ৰাঘবেন্দ্রই এটা বস্তু বিচাৰি অনুৰোধ কৰে, তাকো জীবন গঢ়াৰ কামত ব্যৱহাৰ কৰিবৰ বাবে। সেয়া হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক স্তৰলৈ কিতাপ বিচাৰে ৰাঘবেন্দ্রই। ইয়াৰ আঁৰতো কাৰণ আছে। ৰাঘবেন্দ্রই এই কিতাপবোৰ দুখীয়া ল’ৰা-ছোৱালীৰ মাজত বিলাই দিয়ে। ইতিমধ্যে এনেদৰে কেইবা লাখ কিতাপ বিলাইছে তেওঁ।

কিন্তু হঠাৎ এনেদৰে হেলমেট বিলোৱাৰ আঁৰৰ ৰহস্য কি? ইয়াৰ আঁৰত আছে এটি ঘটনা। ৰাঘবেন্দ্রই জনোৱা মতে, ২০১০ত তেওঁৰ কলেজৰ এজন বন্ধুৰ বাইক দুর্ঘটনাত মৃত্যু হৈছিল। বন্ধুজনে হেলমেট অবিহনে বাইক চলাইছিল। হেলমেট নথকাৰ কাৰণেই মূৰত আঘাত লাগি মৃত্যু হৈছিল তেওঁৰ। উক্ত ঘটনাই ৰাঘবেন্দ্রৰ চিন্তাধাৰাত এক মুহূৰ্ততে পৰিবৰ্তন আনি দিছিল। তাৰ পিছতেই তেওঁ হেলেমেট সন্দৰ্ভত সচেতনতামূলক প্রচাৰ আৰম্ভ কৰে। তাৰ পিছত তেওঁ টকা-পইচা যোগাৰ কৰি হেলমেট কিনে। হেলমেটবিহীন বাইক আৰোহী দেখিলেই তেওঁলোকৰ মূৰত হেলমেট পিন্ধাই দিছিল। ক্রমে হেলমেট বিতৰণৰ সংখ্যা বাঢ়ি থাকে। পিছত এনেকুৱা এটা সময় যে হেলমেট কিনাৰ বাবে ৰাঘবেন্দ্ৰই নিজৰ ঘৰ, গহনা, মাটি পর্যন্ত বন্ধকত ৰাখিব লগা হয়। তেওঁৰ এই কামৰ প্রশংসা কৰিছে খোদ কেন্দ্রীয় পৰিবহণমন্ত্রী নিতিন গাডকাৰীয়েও।

Tags: Featured
Share4Tweet3Send

Related Posts

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

by News Desk
July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

by Staff Reporter
July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

by Staff Reporter
July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
ADVERTISEMENT
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx