ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : নেমু খোৱাৰ উপকাৰিতা আমি সকলোৱে জানো, কিন্তু অপকাৰিতা জানেনে?

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : নেমু খোৱাৰ উপকাৰিতা আমি সকলোৱে জানো, কিন্তু অপকাৰিতা জানেনে?

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

স্বাস্থ্য প্ৰতিবেদন: 

গ্রীষ্মকালত মানুহে লেমুপানী খাবলৈ পছন্দ কৰে। লগে টেঙা স্বাদযুক্ত নেমু চালাদতো প্রচুৰ ব্যৱহৃত হয়। ৫৮ গ্রাম নেমুৰ পৰা শৰীৰে ৩০ গ্রাম ভিটামিন চি পায়, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু কিছু বিশেষ স্বাস্থা অৱস্থাত নেমু খোৱাটো কেৱল ক্ষতিকাৰকে নহয়, আপোনাৰ সমস্যাও বঢ়াই তুলিব পাৰে। কেনে পৰিস্থিতিত নেমু খোৱাটো উচিত নহয় জানি লওঁ আহক।

১) শৰীৰত ৰক্তৰ অভাৱৰ কাৰণে কিছু লোকক আয়ৰন টেবলেট খোৱাৰ পৰামর্শ দিয়া হয়। বিশেষকৈ গর্ভাৱস্থাত মহিলাসকলে আয়ৰনৰ বড়ি খাব লাগে৷ কিন্তু এই ওষধ খোৱাৰ পিছত ভুলতো নেমু নাখাব।

২) পেটত আলচাৰৰ সমস্যা থাকিলে একেবাৰে নেমু নাখাব। ইয়াত থকা এচিডে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

৩) দাঁতত ঠাণ্ডা আৰু গৰম লগাৰ সমস্যা থাকিলেও নেমু নাখাব। ইয়াত থকা চাইট্রিক এচিডে দাঁতৰ এনামেলৰ ক্ষতি কৰে। আনহাতে, ব্রাছ কৰাৰ পিছতেই নেমুপানী খালেলে দাঁত দুর্বল হৈ পৰিব পাৰে।

৪) বহুতেই শৰীৰক ডিটক্স বা ওজন কমোৱাৰ বাবে পুৱা খালী পেটত নেমুপানী খায়৷ কিন্তু ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। আনহাতে, যদি ইতিমধ্যেই এচিডিটিৰ সমস্যাত ভুগি আছে, তেন্তে ই পেটত ক্ষতৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত খালী পেটত নেমু নাখাব।

৫) আম্লিক হোৱাৰ কাৰণে মুখৰ আলচাৰত আক্রান্ত ব্যক্তিসকলে নেমু খোৱা উচিত নহয়। ই প্রদাহ আৰু জ্বালা সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত যদি শীঘ্রেই মুখৰ আলচাৰৰ পৰা মুক্তি পাব বিচাৰে তেন্তে অবিলম্বে নেমুপানী খোৱাটো বন্ধ কৰক।

৬) নেমু দি গাখীৰ, অমিতা, ৰঙা মাংস, দৈ, বিলাহী, দুগ্ধজাত খাদ্য নাখাব। নেমুত থকা চাইট্রিক এচিড এইবোৰৰ সৈতে মিহ লিহৈ শৰীৰত বিৰূপ প্রভাৱ পেলায়। ই গেছ, এচিডিটি, হজম সংক্রান্তীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৭) নেমু ছালৰ বাবে উপকাৰী৷ কিন্তু ইয়াক প্ৰত্যক্ষভাৱে ছালত লগোৱা উচিত নহয়। বিশেষকৈ সংবেদনশীল ছাল থকাসকলে। চাইট্রিকযুক্ত হোৱাত ই ছালত জ্বলা আৰু ব্রণৰ সমস্যা সৃষ্টি কৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: health
Share22Tweet14Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d