ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

The Radio Guy ত সংযোজিত গীত ‘কৈ দিয়ানা’ ৰ মুক্তিৰ সাল-সলনিঃ

Staff Reporter by Staff Reporter
September 14, 2021
Reading Time: 1 min read
A A
0
The Radio Guy ত সংযোজিত গীত ‘কৈ দিয়ানা’ ৰ মুক্তিৰ সাল-সলনিঃ

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

KC Digital Films ৰ বেনাৰত সদ্যমুক্তিপ্ৰাপ্ত ‘The Radio Guy’ চুটি ছবিখনে আপোনালোককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। নহয়নে? চুটি ছবিখনে এক সুকীয়া আমেজ প্ৰদান কৰিছিল দৰ্শক সমাজত। সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত শশাংক সমীৰে অভিনয়েৰে যি সুন্দৰ উপস্থাপন কৰিলে সেয়া বৰ্তমানেও জনসাধাৰণৰ মানসপাটত। এই চুটি ছবিখনতে সংযোজিত গীত ‘কৈ দিয়ানা’ ক নতুনকৈ মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছিল উক্ত প্ৰযোজনা গোষ্ঠীটোৱে। গীতটিত কথা শশাংক সমীৰৰ লগতে এই গীতটিত আন দুগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অসম সন্তান জড়িত হৈ আছে। সংগীত কৰিছে হৰজিৎ দিয়াজৰ লগতে ইয়াত কণ্ঠদান কৰিছে জয় বৰুৱাই। অভিনয় কৰিছে শশাংক সমীৰ আৰু প্ৰিয়ংকা ভৰালীয়ে। কিন্তু, শেহতীয়াকৈ গীতটিৰ মুক্তিৰ তাৰিখ সাল-সলনি কৰি সামাজিক দায়বদ্ধতাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। তেওঁ কয় যে, “আমি কিছুদিনৰ আগৰ পৰাই আপোনাক কৈ আহিছিলো যে KC DIGITAL FILMS নিৱেদিত আমাৰ শেহতীয়াকৈ আগবঢ়োৱা আপোনালোক সকলোৰে অভূতপূৰ্ব সহাৰি লাভ কৰা “THE RADIO GUY” নামৰ চুটি ছবিখনৰ একমাত্ৰ গীতটিৰ Music Videoটি আজি ১০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বিয়লি ৫ বজাত মুকলি কৰি দিম । কিন্তু আজি আমাৰ সকলোৰেই ভাৱ হৈছে যে এয়া যেন আমাৰ গীত, ছবি, নাট ইত্যাদি সমূহ মুক্তি দিয়াৰ সময় নহয়। যোৱা দুদিনৰ আগতে মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতী ঘাটৰ মাজৰ জলপৰিবহনত সংঘটিত দুৰ্ঘটনাটোত আমি সকলোৱেই অতিকৈ মৰ্মাহত হৈ পৰিছো। অকালতে হেৰুৱা ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতাৰ বিয়োগৰ লগতে এতিয়াও নিখোজ হৈ থকা লোকসকল আৰু আঘাতপ্ৰাপ্ত শিশু সকলৰ হৃদয় বিদাৰক এই সময়ে আমাক অসহায় কৰি তুলিছে।

View this post on Instagram

A post shared by SASANKA SAMIR (@sasanka_samir_official)

View this post on Instagram

A post shared by SASANKA SAMIR (@sasanka_samir_official)

তেওঁ আগলৈ কয় যে, “এই নিৰুপায় সময়ত আমাৰ আজিৰ মুক্তি লভিব লগীয়া “কৈ দিয়া না” গীতটি স্থগিত ৰাখিছোঁ আৰু অনাগত সময়ত ইয়াৰ খবৰ জনোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপনৰ লগতে এতিয়ালৈকে নিখোজ হৈ থকা সকলো লোক ভালে ভালে ঘৰলৈ উভতি অহাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

SOURCE:https://rupaliparda.com/archives/28367

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d