ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শান্তি চুক্তিকলৈ প্ৰতিক্ৰিয়া চিপিআই (এম.এল) হিলছ পাৰ্টীৰ

স্বায়ত্তৰাজ্য অবিহনে চিৰশান্তি অসম্ভৱ : ৰবি কুমাৰ ফাংচ'

News Desk by News Desk
September 16, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীৰ নৰ্থ ব্লকত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠন ক্ৰমে, কেএন এলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটিৰ তিনিটা গোটৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক শান্তি চুক্তিকলৈ পাহাৰীয়া জিলাখনত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শাসকীয় পক্ষৰ লগতে জিলাখনৰ একাংশ দল সংগঠন আৰু চুক্তি স্বাক্ষৰকাৰীসকলে স্বাক্ষৰিত শান্তি চুক্তিখন এক ঐতিহাসিতক চুক্তি বুলি দাবী কৰাৰ সমান্তৰালকৈ আন একাংশ দল সংগঠনে চুক্তিখনৰ ২.৩ নম্বৰ দফাত পৰিষদীয় নিৰ্বাচনৰ বাবে পূৰ্বৰ ২৬ খন আসনৰ পৰিবৰ্তে ৫০খনলৈ আসন বৃদ্ধি কৰি ইয়াৰে দহখন আসন সকলোৰে বাবে মুকলি কৰি ৰখা বিষয় সন্নিবিষ্ট হোৱাকলৈ তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে ডিফুস্থিত চিপিআই(এমএল) হিলছ পাৰ্টি কমিটিয়ে নিজ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত চিপিআই(এমএল) হিলছ পাৰ্টী কমিটিৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচ’ৱে কয় যে স্বায়ত্তৰাজ্য অবিহনে জিলাখনত চিৰশান্তি অসম্ভৱ ৷

চুক্তি স্বাক্ষৰকাৰীসকলে চুক্তিখনক ঐতিহাসিক আখ্যা দিয়াৰ বিপৰীতে চুক্তিখনৰ জৰিয়তে জিলাখনৰ দীৰ্ঘ দিনীয়া ষষ্ঠ অনুসূচীত জাতিৰ সংবিধান প্ৰদত্ত সুবিধা অনুচ্ছেদ ২৪৪(ক)ৰ কথা সন্নিবিষ্ট নথকাটো দুৰ্ভাগ্যজনক বিষয় বুলি মন্তব্য কৰে ৷ উক্ত চুক্তিত পাহাৰীয়া জিলাবাসীয়ে ২৪৪(ক) ৰূপায়ণকলৈ দহক দহক জুৰি কৰি অহা আন্দোলনক নস্যাৎ কৰিছে শাসনাধিষ্ট বিজেপি চৰকাৰে ৷ বিভিন্ন সময়ত বিজেপিৰ শীৰ্ষ নেতাসকল ক্ৰমে, এল,কে, আদৱানী, ৰাজনাথ সিঙ, তাপিৰ গাও, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই স্বায়ত্তশাসিত ৰাজ্য আৰু ক্ষুদ্ৰ গঠনৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোটেৰে ক্ষমতা দখল কৰিছিল যদিও শেহতীয়াকৈ স্বাক্ষৰিত হোৱা শান্তি চুক্তিত স্বায়ত্তৰাজ্য গঠনৰ যুবিধা সন্নিষ্ট নকৰি পাহাৰীয়া ৰাইজক প্ৰতাৰণা কৰিলে বুলি অভিযোগ কৰে ৰবি কুমাৰ ফাংচ’ৱে ৷

তেওঁ ইয়াকো কয় যে সহস্ৰপন্থা সকলে অস্ত্ৰ সম্বৰণ কৰা কাৰ্য আদৰণীয় যদিও ২৪৪(ক)ৰ দাবীত জিলাখনত অব্যাহত থকা জন সংগ্ৰাম কেতিয়াও দাবীৰ পৰা পিছ নোহোকে ৷ চিপিআই(এমএল) হিলছ পাৰ্টী কমিটি(সংগ্ৰামী) সদায় জন সংগ্ৰামীৰ সৈতে থাকিব বুলি মন্তব্য কৰে চিপিআই(এম এল)ৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ সংবাদমেলত কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী, আইপোৱাৰ সভানেত্ৰী সীমা বে’পী, আমলং ইংতি, প্ৰমুখ্য কৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx