ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গাহৰি মাংস বিক্ৰী নিষিদ্ধলৈ ডিফুত বিক্ৰেতাৰ মাজত হাহাকাৰ

News Desk by News Desk
September 23, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰণকলৈ বিক্ৰেতাসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ যোৱা ২৬ আগষ্টত ডিফুৰ পেছনেট মাল্টি ফাৰ্মত গাহৰিৰ দেহত আফ্ৰিকান শ্বোৱাইৰ ফ্লুৰ অৱস্থিত ধৰা পৰা পিছত সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞৰ উপস্থিতিত ফাৰ্মখনৰ ৪০০টা গাহৰি নিধন কৰি হৈছিল সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল৷ আজি ডিফু দৈনিক বজাৰৰ গাহৰি মাংস বিক্ৰী কৰা একাংশ খুছুৰা ব্যৱসায়ী লগতে গাহৰি পালকে একত্ৰিত হৈ গাহৰি বিক্ৰী নিষিদ্ধকৰণৰ পিছত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে ৷

তেওঁলোকে ক্ষোভ উজাৰি কয় যে, প্ৰায় তিনি সপ্তাহমান পূৰ্বে ডিফুত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰাৰ পিছত স্থানীয় প্ৰশাসনে গাহৰি আৰু ইয়াৰ মাংস বিক্ৰেতাসকলক উদ্দেশ্যি গাহৰিৰ মাংস বিক্ৰি কৰিবলৈ নিষেধ কৰে ৷ এইলৈ স্থানীয় প্ৰশাসন বা ডিফু পৌৰ নিগমে কোনো লিখিত জাননী বিক্ৰেতাসকলক দিয়া নাছিল যদিও উক্ত মৌখিক নিৰ্দেশনাকে মানি উক্ত লোকসকলে গাহৰি মাংস বিক্ৰী বন্ধ ৰাখিছে ৷

আনহাতে একমাত্ৰ গাহৰি পালন বা মাংস বিক্ৰিৰ ওপৰতে নিৰ্ভৰশীল এইসকল লোকে গাহৰি ও ইয়াৰ মাংস বিক্ৰী বন্ধৰ ফলত সন্তানৰ এডমিছনৰ পৰা আৰম্ভ কৰি জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত চৰম আৰ্থিক অনাটনত ভুগিছে ৷ ফলত নানা সমস্যাৰ সন্মূখীন হৈছে বুলি আক্ষেপ কৰিছে ৷ আনহাতে গাহৰি ও ইয়াৰ মাংস বিক্ৰিৰ ওপৰত প্ৰতিবন্ধকতা কেতিয়া আঁতৰিব তাৰ ওপৰতো স্থানীয় প্ৰশাসনৰ পৰা কোনো জাননী নোপোৱাকলৈও চৰম অনিশ্চয়তাত ভুগিছে গাহৰিৰ মাংস বিক্ৰেতাসকলে ৷ অচিৰেই স্থানীয় প্ৰশাসনে তেওঁলোকৰ সমস্যা সমাধান কৰিব বুলি বিক্ৰেতা সকল আশাবাদী বুলি সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx