ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইৰাণী গ্ৰুপৰ সদস্য লৈ গুলি চালনা সন্দৰ্ভত হোজাইৰ SPৰ মন্তব্য

News Desk by News Desk
September 23, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
লংকাৰ পৰা মনোজ কুমাৰ পাঠক

RELATED POSTS

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

হোজাইৰ ডবকাত ইৰাণী গ্ৰুপৰ সদস্যলৈ যোৱাকালি নিশা আৰক্ষীয়ে গুলি চালনা কৰা সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থৰ মন্তব্য।
হোজাই চহৰত ইৰাণী গ্ৰুপৰ সদস্যই যোৱা কালি এখন পালচাৰ বাইকত আহি দিনৰ ভাগত হোজাইৰ এজন ব্যক্তিৰ পৰা ৭০ হাজাৰ টকা থাপ মাৰি লৈ পলায়ন কৰিছিল।

উক্ত গেংগসহ দুই ইৰাণী গ্ৰুপৰ ওপৰত শোণিতপুৰ আৰক্ষীয়েও চলাই আছিল অভিযান। অভিযান কালত কিছু মোৱাইল নম্বৰ লাভ কৰিছিল হোজাই আৰক্ষীয়ে। হোজাই আৰক্ষীয়ে মোৱাইল নম্বৰৰ স্থান ট্ৰেচ কৰি নগাঁৱৰ সমীপৰ পৰা আটক কৰে ইৰাণী গ্ৰুপৰ সদস্য আকাশ যাদৱৰ ওৰফে আকাশ গোৱালা নামৰ ব্যক্তি এজনক ।

আকাশ যাদৱৰ পৰা ৫৬ হাজাৰ টকা জব্দ কৰে হোজাই আৰক্ষীয়ে । পিছত হোজাই আৰক্ষীৰ সোধপোছত, আকাশৰ লগত থকা ব্যক্তিজনক আৰক্ষীৰ হাতত ধৰাই দিম বুলি কৈ আকাশে মিছা কৈ বাহিৰলৈ যাব লাগিছে বুলি কৈ গাড়ী লাহে লাহে যোৱাত, গাড়ীতেই আৰক্ষী কনিষ্টৱল এজন গতা মাৰি পলাবলৈ চেষ্টা কৰে।

পিছত, হোজাই আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উপায়ুন্তৰ হৈ আকাশলৈ গুলি নিক্ষেপ কৰে।
আঘাট প্ৰাপ্তৰ পিছত আকাশক প্ৰথমে যোৱা কালি নিশা নগাঁওৰ ভোগেশ্বৰী ফুকননী চৰকাৰী চিকিৎসালয় প্ৰেৰণ কৰা হয় যদিও পৰবৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে নিয়া হয়।

উল্লেখ যে, ২০২০ চনতো একেই কাণ্ড কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আকাশ।

Tags: Featured
Share4Tweet3Send

Related Posts

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx