ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মালিগাঁও ফুটব্ৰীজৰ লিফ্টত আবদ্ধ দুই শিশুক ১ঘণ্টা অন্তত জীৱন্তে উদ্ধাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
October 16, 2021
Reading Time: 1 min read
A A
0
মালিগাঁও ফুটব্ৰীজৰ লিফ্টত আবদ্ধ দুই শিশুক ১ঘণ্টা অন্তত জীৱন্তে উদ্ধাৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

ষ্টাফ ৰিপ’ৰ্টাৰ:

গুৱাহাটী মহানগৰী মালিগাঁৱত ফুটব্ৰীজত ভয়ংকৰ ঘটনা।দুই শিশু আবদ্ধ হৈ পৰা ফুটব্ৰীজৰ লিফ্টত।শনিবাৰে দুপৰীয়া প্ৰায় প্ৰায় ১২.৩০বজাত বৰিপাৰাত সংঘটিত এই ভয়ংকৰ ঘটনা।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ জালুকবাৰী চাহিল আলী (৮) আৰু মজাফুৰ আলী(৮) নাম শিশু দুইটাই বৰিপাৰাৰ ফুটব্ৰীজৰ লিফ্টত যাত্ৰা কৰা সময়ত হঠাৎ যান্ত্ৰিক বিজুতি ঘটি বন্ধ হৈ পৰে লিফ্টখন।ফলত প্ৰায় এঘন্টা ধৰি লিফ্টত ভিতৰত আৱদ্ধ হৈ পৰে শিশু দুটা।

শিশু দুটা লিফ্টত আবদ্ধ হৈ পৰা খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয়।লগতে অগ্নি আৰু জৰুৰীকালীন সেৱাক আবদ্ধ হৈ পৰা শিশুদুটাক উদ্ধাৰ বাবে খবৰ দিয়া হয়।

খবৰ পোৱা মাত্ৰকে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈ লিফ্টৰ ভিতৰত আৱদ্ধ হৈ থকা শিশু দুটিক জীৱন্তে উদ্ধাৰ কৰা হয়।উদ্ধাৰ কৰাৰ শিশু দুটাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালক লোকক চমজাই দিয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT