ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডৰ নাইনিতালত তীব্ৰ খহনীয়া

Staff Reporter by Staff Reporter
October 19, 2021
Reading Time: 1 min read
A A
0
ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডৰ নাইনিতালত তীব্ৰ খহনীয়া

logo new 2 1 1 4 1 3 5 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণত তীব্ৰ ধল আৰু খহনীয়াৰ কবলত পৰিছে উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ ৰামগড়ৰ এখন গাওঁ। খহনীয়াৰ তলত বহুকেইজন লোক আবদ্ধ হৈ থকাৰ আশঙ্কা কৰিছে জিলা প্রশাসনে। নাইনিতালৰ বিশেষ আৰক্ষী অধীক্ষক প্রিয়দর্শিনীয়ে জনোৱা মতে, বহুকেইজনক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰু কোনোবা আবদ্ধ হৈ আছে নেকি সেয়া উদ্ধাৰকাৰী দলে বিচাৰি আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পূর্বাভাস মতেই বিগত দুদিন ধৰি উত্তৰাখণ্ডৰ নাইনিতালসহ বহুকেইখন জিলাত ধাৰাসাৰ বৰষুণ হৈছে। ৰাস্তা-ঘাট আনকি ঘৰো পানীৰ তলত। যাৰ বাবে জনজীৱন বিপর্যস্ত হৈ পৰিছে। সোমবাৰে প্রবল বৰষুণত তিনিজনৰ মৃত্যু হৈছে। দুর্যোগপূর্ণ বতৰৰ বাবে চাৰধাম যাত্রাত তীৰ্থযাত্ৰীসকলক সম্প্ৰতি নিষেধ কৰা হৈছে।
সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিৰ সৈতে কথা পাতিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।

Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
ADVERTISEMENT
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT