![]()
নিউজ ডেস্কঃ
বিধায়ক শ্বেৰমান আলি জামিন।বিধায়ক পুঁজি আত্মসাত কৰাৰ গুৰুত্বৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা গোচৰত বৃহস্পতিবাৰে জামিন লাভ কৰে বাঘবৰ বিধায়ক গৰাকীয়ে।
কামৰূপ জিলা বিশেষ ন্যায়াধীশৰ আদালতে ৫০হাজাৰ টকা আৰু ২ জামিনদাৰ বণ্ডত জামিন দিয়ে।
ন্যায়ালয় উল্লেখ মতে জামিনদাৰ এগৰাকী চৰকাৰী চাকৰিয়াল হব লাগিব।
উল্লেখ যে শ্বহীদক অপমান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আলি।অসম আন্দোলনৰ শ্বহীদ সকলক ঘাটক আখ্যা দিছিল বাঘবৰ বিধায়ক গৰাকীয়ে।












